মহিলাসকলৰ প্ৰায়সংখ্যকেই ধুনীয়াকৈ নখ ৰখাটো পছন্দ কৰে। কিন্তু বেছিভাগ সময়তে নখ ৰখাৰ ক্ষেত্ৰত এক সমস্যাই দেখা দিয়ে। অলপতেই নখ কেতিয়াবা ভাঙি যায়। যাৰ ফলত দেখিবলৈ আপচু হৈ পৰে। হাতৰ সৌন্দৰ্য সদায় নখৰ ওপৰতেই নিৰ্ভৰ কৰে। নখ নভঙাকৈ ৰখাটো সহজ কথা নহয়। কিন্তু কিছু ঘৰুৱা উপায় গ্ৰহণ কৰিয়েই নখ নভঙাকৈ ৰাখিব
Category: Assamese News
মুড ছুইং (Mood Swings) নাৰীৰ এটা বিশেষ গুণ বুলি কলেও হয়তো ভুল কোৱা নহব। আপুনি যদি কোনোবা নাৰীৰ প্ৰেমিক, বন্ধু নাইবা স্বামী, তেতিয়াহলে মুড চুইঙৰ বিষয়ে নতুনকৈ কোৱাৰ হয়তো প্ৰয়োজন নাই। বিনা কাৰনতেই খং কৰা নাইবা কি কথাত খং কৰা তাক বৰ্ণনা কৰিব নোৱাৰাকৈ হোৱা মানসিক অৱস্থা Mood Swing। সহজ
ডিচেম্বৰৰ শেষত তৈয়াৰ হৈছে আদিত্য মণ্ডল যোগ। সূর্ঘ আৰু মঙলৰ যুঁটিৰ ফলত এই ৰাজযোগ তৈয়াৰ হ’ব। যাৰ ফলত ২০২৪ চনৰ আৰম্ভণিতে ভাগ্য চমকি উঠিব কেইটামান ৰাশিৰ জাতকৰ। জ্যোতিষ গণনা অনুসৰি মঙলে ধনু বাশিত প্ৰৱেশ কৰিব। এই ৰাশিত পূৰ্বৰে পৰাই সূর্যই অৱস্থান কৰি আছে। ধনু ৰাশিত সূর্য আৰু মঙলৰ যুঁটিৰ ফলত
বাৰ্ষিক ৰাশিফল ২০২৪/Horoscope 2024 গ্ৰহ আৰু নক্ষত্ৰৰ গতিবিধিৰ ওপৰত ভিত্তি কৰি গ্ৰহ আৰু নক্ষত্ৰৰ অৱস্থান আৰু বিভিন্ন ৰাশিৰ ওপৰত প্ৰভাৱ বিবেচিত কৰা হয়। ই জীৱনৰ পৰিয়াল, বিবাহ, প্ৰেম, শিক্ষা, কেৰিয়াৰ, বিত্ত, ধন-সম্পত্তি, স্বাস্থ্য আদিৰ দৰে দিশসমূহৰ অত্যাৱশ্যকীয় অন্তৰ্দৃষ্টি প্ৰদান কৰে। এই বছৰেকীয়া ৰাশিফলৰ লক্ষ্য হৈছে ১২টা ৰাশিৰ সকলোকে গুৰুত্বপূৰ্ণ তথ্য প্ৰদান
ইংৰাজী কেলেণ্ডাৰ অনুসৰি নতুন বছৰ অৰ্থাৎ ২০২৪ চনটো মাত্ৰ ৪ মাহৰ পিছতে আহিব। নতুন বছৰত বহু ৰাশিৰ বহু পৰিৱৰ্তন দেখা যাব। এই নতুন বছৰটো ৫ ৰাশিৰ বাবে অতি ভাগ্যৱান বুলি প্ৰমাণিত হ’ব। কাশীৰ জনপ্ৰিয় জ্যোতিষী পণ্ডিত সঞ্জয় উপাধ্যায়ে আমাক জনাইছে যে আগন্তুক বছৰটো মেষ, কন্যা, তুলা, বৃশ্চিক আৰু মকৰ ৰাশিৰ