অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙক পুনৰ প্ৰত্যাহ্বান আলফা স্বাধীনৰ। জি পি সিঙক প্ৰত্যাহ্বান জনাই সংবাদ মাধ্যমলৈ বিবৃতি প্ৰেৰণ কৰিছে আলফা স্বাধীনে। দুটা চৰ্ত সাপেক্ষে জি পি সিঙৰ প্ৰত্যাহ্বান গ্ৰহণ আলফা স্বাধীনৰ। আলফা স্বাধীনে ডিজিপি জি পি সিঙক দিয়া চৰ্ত দুটা হৈছে, জি পি সিঙৰ গাড়ী চালক আৰু নিৰাপত্তাত
Category: Assamese News
তিয়াই থোৱা বুট খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। যদি আপুনি দৈনিক তিয়াই ৰখা বুট খায় তেন্তে আপুনি বহুত উপকাৰ পাব পাৰে। যদি আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিব বিচাৰে তেন্তে আপুনি দৈনিক তিয়াই থোৱা বুট খাবলৈ আৰম্ভ কৰিব লাগে। তিয়াই থোৱা বুটত প্ৰটিন, ফাইবাৰ আৰু কেলচিয়াম থাকে। প্ৰতিদিনে ৰাতিপুৱা খালী
বৰ্তমান সময়ৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ বাবে দেশৰ লগতে বিশ্বৰ অধিকাংশ লোকে বহু প্ৰকাৰৰ গুৰুতৰ ৰোগত আক্ৰান্ত হৈছ। এই আধুনিক জীৱনশৈলীত সময়ৰ অভাৱত মানুহ বাহিৰৰ খাদ্যৰ ওপৰত অধিক নিৰ্ভৰশীল হৈ পৰিছে। যাৰ বাবে বৃহৎ পৰিমাণৰ জাংক আৰু তেলীয়া খাদ্য খোৱা হয়। এনে পৰিস্থিতিত কি হয়, বাহিৰৰ খাদ্য খোৱাৰ বাবে শৰীৰত বহু
বিজ্ঞানসন্মতভাৱে ইমিউনিটি বুলি কোৱা শৰীৰৰ প্ৰতিৰোধ ক্ষমতাই ৰোগৰ পৰা ৰক্ষা পাবলৈ কাম কৰে যদিও শীতকালত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে যাৰ ফলত চৰ্দি আৰু কাহকে ধৰি আন বহুতো ৰোগে শৰীৰত সোনকালে আক্ৰমণ কৰে। এনে পৰিস্থিতিত যদি আমি সুস্থ জীৱন যাপন কৰিব বিচাৰো তেন্তে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা
মা লক্ষ্মীক ধনৰ দেৱী বুলি গণ্য কৰা হয়।শুক্ৰবাৰে লক্ষ্মী দেৱীক পূজা কৰাৰ নিয়ম আছে।কোৱা হয় যে-লক্ষ্মী দেৱীক বিধি-বিধানেৰে পূজা কৰিলে-তেতিয়া মা লক্ষ্মীয়ে নিজৰ ভক্তসকলক চিৰদিন সমৃদ্ধিশালী হবলৈ আৰ্শীবাদ দিয়ে। দেৱী লক্ষ্মীৰ আৰ্শীবাদত ভক্তসকলৰ-কেতিয়াও ধনৰ অভাৱ নহয়।দেৱী লক্ষ্মীৰ পূজাত তেওঁৰ পচন্দৰ বস্তু আগবঢ়াব লাগে।পদুম ফুল মা লক্ষ্মীৰ অতি প্ৰিয়।কিন্তু পদুম ফুলৰ