কটন বিশ্ববিদ্যালয়ত ভয়ংকৰ ঘটনা। বিশ্ববিদ্যালয়খনৰ প্ৰশাসনিক ভৱনৰ দ্বিতীয় মহলাৰ পৰা জঁপিয়ালে এগৰাকী ছাত্ৰীয়ে। আঘাতপ্ৰাপ্ত ছাত্ৰীগৰাকীক নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। আহত ছাত্ৰগৰাকী উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত অধ্যয়নৰত। ছাত্ৰীগৰাকীৰ ঘৰ গোৱালপাৰাত বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, প্ৰায় দুমাহ ধৰি মানসিক চাপত ভুগি আছিল ছাত্ৰীগৰাকী। আৰক্ষীয়ে উদ্ধাৰ কৰিছে ছাত্ৰীগৰাকীয়ে লিখা
Category: Assamese News
বীৰ হনুমান-এজন এনে দেৱতা হয় যি-কলিযুগতো এই পৃথিৱীত বিৰাজমান হৈ আছে।ভগৱান হনুমানৰ পূজা আৰাধনা কৰিলে-মনুষ্যৰ সকলো ধৰণৰ ভয়ৰ পৰা-মুক্ত হয়।( Religious Studies ) বীৰ হনুমানৰ পূজা কৰিলে-আত্মবিশ্বাস বৃদ্ধি হয়।বহুলোকে হনুমান চালিশা পাঠ কৰে।হনুমান চালিশা লাভজনক হয় লগতে-বজৰংগ বাণৰ পাঠ কৰিলে-ইয়াৰ দ্বাৰা ভক্তসকলৰ-বজৰংগবলীৰ অসীম কৃপা প্ৰাপ্ত হয়।মংগলবাৰৰ দিন-বীৰ হনুমানৰ ওপৰত সমৰ্পিত
মহিলাসকলে-ৰাতিপুৱা এইকেইটা কাম কৰিলে-মা লক্ষ্মীৰ কৃপা পাপ্ত হয়।( Assamese Fact ) *নাৰীক ঘৰৰ লক্ষ্মী বোলে।শাস্ত্ৰত ৰাতিপুৱা কিছুমান-বিশেষ কামৰ কথা কোৱা হৈছে-যিবোৰ কাম মহিলাই কৰিব লাগে।কোৱা হয় যে-ইয়াৰ দ্বাৰা-লক্ষ্মী সদায় পৰিয়ালৰ প্ৰতি দয়ালু হয়। *শাস্ত্ৰ অনুযায়ী-যদিও সূৰ্য্য উদয়ৰ আগতে-সাৰ পোৱাটো সকলোৰে বাবে উপকাৰী,কিন্তু ঘৰৰ মহিলাসকলৰ বাবে-তেনে কৰিলে-তেনে কৰিলে বেছি শুভ ফল
সুগন্ধি ধনিয়াৰ অন্তৰ্নিহিত বিস্ময়কৰ গুণাৱলী- আগকথা – আমাৰ ভাৰত উপ মহাদেশৰ পাকঘৰ সমূহৰ দৈনন্দিন প্ৰয়োগত ধনিয়া যেন শৰীৰত থকা আত্মাৰ সদৃশ ৷ হয় ধনিয়াৰ পাত, নহয় ধনিয়াৰ গুটি নাইবা পিচা শুকান গুৰি নিতৌ ৰন্ধন প্ৰকৰণত ব্যৱহৃত হবই ৷ ধনিয়া মছলা হিচাপে আমিষ বা নিৰামিষ তৰকাৰীত নাইবা সৰু সৰুকৈ কুটি আঞ্জাত
কিছুদিন আগেয়ে ‘দ্য এনালচ্ অব্ ইণ্টাৰ্নেল মেডিচিন’ নামৰ এখন স্বাস্থ্যবিষয়ক জাৰ্ণেলত এটা নিবন্ধ প্ৰকাশিত হৈছে। নিবন্ধৰ প্ৰস্তুতকৰ্তা আছিল এদল প্ৰতিষ্ঠিত বিজ্ঞানী। তেওঁলোকে বিশ্বজুৰি চেনি কমকৈ খাবলৈ দিয়া পৰামৰ্শৰ তীব্ৰ সমালোচনা কৰিছে। বিজ্ঞানী দলৰ মতে এই সন্দৰ্ভত দিয়া পৰামৰ্শ নিৰ্দেশনাৰ ভিত্তি দুৰ্বল আৰু বিশ্বাসযোগ্য নহয়। বিশ্বৰ স্বাস্থ্য বিশেষজ্ঞসকলে তাৎক্ষণিকভাৱে এই নিবন্ধৰ