বৰপেটাৰ হাউলী ৰাস মহোৎসৱ সমগ্ৰ ৰাজ্যতে অতি জনপ্ৰিয়। প্ৰতিবছৰে এই মহোৎসৱ ১০–১৫ দিনীয়াকৈ অনুষ্ঠিত কৰা হয়। হাউলীৰ ৰাসত মূৰ্তি প্ৰদৰ্শনীৰ উপৰিও এই মহোৎসৱত আয়োজন কৰা লটাৰি প্ৰতিযোগিতা অতি বিখ্যাত। উপহাৰ কুপনৰ খেলখনে সমগ্ৰ ৰাজ্যবাসীৰ দৃষ্টি আকৰ্ষণ কৰে। ইয়াত পুৰষ্কাৰ হিচাপে বিলাসী বাহন দিয়া হয়। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা লোক ইয়ালৈ
Category: Assamese News
মান্যতা অনুসাৰে-এই ৬টা কাৰ্য্য কৰিলে-ভগৱান শ্ৰী কৃষ্ণক প্ৰসন্ন কৰিব পৰা যায়।কোৱা হয়-গোপালে সকলো মনৰকামনা পূৰ্ণ কৰে।( Religious Studies ) ভগৱান শ্ৰী কৃষ্ণ-এনে এজন দেৱতা হয়-যাক প্ৰসন্ন কৰিবলৈ বহুত সহজ হয়।কোৱা হয় যে-নটখট নন্দ গোপাল বহু সময়লৈকে কাৰোবাৰ ওপৰত ৰুষ্ট হৈ থাকিব নোঁৱাৰে।ভগৱান শ্ৰী কৃষ্ণৰ প্ৰতিমাৰ পৰা-ওলাই অহা সামান্য হাঁহিটিয়ে ভক্তসকলৰ
সূৰ্যৰ পোহৰৰ উপকাৰ: শীতকালত ১০ মিনিট ৰ’দত বহিলে শৰীৰৰ বহু উপকাৰ হ’ব। শীতকাল অহাৰ লগে লগে মানুহে ৰ’দত বহি ভাল পায়, কিন্তু কিছুমানে ৰ’দত বহি একেবাৰে ভাল নাপায়। যদি আপুনি ১০ মিনিট হ’লেও ৰ’দত বহে তেন্তে আপোনাৰ শৰীৰত ভিটামিন ডিৰ অভাৱ কম হ’ব। শীতকালত সূৰ্যৰ পোহৰৰ অতি প্ৰয়োজন হয়। আনহাতে
সোমবাৰৰ উপবাস ভগৱান শিৱৰ ওপৰত পালন কৰা হয়।সোমবাৰৰ শব্দ-সংস্কৃতত সোম শব্দৰ পৰা অনা হৈছে।( Religious Studies ) সোমবাৰৰ শব্দ সংস্কৃতৰ সোম শব্দৰ পৰা আহিছে।যাৰ অৰ্থ হৈছে-চন্দ্ৰমা।অৰ্থাৎ হিন্দু দেৱতা চন্দ্ৰ।লগতে ভগৱান শিৱক সোমেশ্বৰ নামেৰে জনা যায়।কাৰণ মহাদেৱে নিজৰ জটাঁত অৰ্ধচন্দ্ৰাকাৰ চন্দ্ৰমাক ধাৰণ কৰে।সোমবাৰৰ ব্ৰত-ভগৱান সোমেশ্বৰক প্ৰসন্ন কৰিবলৈ সোমবাৰৰ দিনা কৰা হয়।আৰু
শৰীৰক সুস্থ আৰু ৰোগমুক্ত কৰি ৰাকিবলৈ পুষ্টিকৰ উপাদানৰ প্ৰয়োজন। আমি খাদ্যৰ জৰিয়তে এই পুষ্টিকৰ উপাদানসমূহ পাওঁ। আমাৰ বয়স, অৱস্থা আৰু শাৰীৰিক ক্ৰিয়া-কলাপৰ মাত্ৰা অনুসৰি পুষ্টিকৰ পদাৰ্থৰ পৰিমাণ বেলেগ বেলেগ হ’ব পাৰে। এজন স্বাভাৱিক প্ৰাপ্তবয়স্কক প্ৰতিদিনে প্ৰায় ৫০ গ্ৰাম প্ৰটিন, ৭০ গ্ৰাম চৰ্বি, ৩০০ গ্ৰাম কাৰ্বহাইড্ৰেট আৰু ৮৬০০ কিল’জ’ল শক্তিৰ প্ৰয়োজন