বিশ্বব্যাপী কমেও ১২ শতাংশ লোক থাইৰয়ডৰ সমস্যাত ভুগি আছে। পৰিয়াল আৰু পৰিচিত সকলৰ বহুতেই এই সমস্যাৰ স’তে যুঁজি থকা দেখা যায় । যদিও মহিলাৰ ক্ষেত্ৰত থাইৰয়ডৰ সমস্যা অধিক সচৰাচৰ হয়, কিন্তু শেহতীয়াকৈ বহু পুৰুষো বিভিন্ন ধৰণে এনে সমস্যাত ভুগিছে। সাধাৰণতে, বয়স হোৱাৰ লগে লগে এনে ধৰণৰ দীৰ্ঘম্যাদী সমস্যা হয়। শৰীৰৰ
Category: Assamese News
ভেষজ মছলাৰূপে মেথি বীজ আমাৰ সকলোৰে পৰিচিত। সেই সাধাৰণ মেথিৰো কিন্তু আপোনাৰ ওজন হ্ৰাসত গুৰুত্বপূৰ্ণ ভূমিকা থাকিব পাৰে। কেৱল ওজন কমোৱাৰ ক্ষেত্ৰতেই নহয় কোষ্ঠকাঠিন্যৰ পৰা আৰম্ভ কৰি, মধুমেহৰ দৰে ৰোগ নিয়ন্ত্ৰণত ৰোগ ৰাখিবলৈকো মেথি অত্যন্ত কার্যকৰী। এই ক্ষেত্ৰত মেথি চাহে আপোনাৰ শৰীৰৰ বাবে বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে। মেথি চাহু
তিয়াই থোৱা বুট খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। যদি আপুনি দৈনিক তিয়াই ৰখা বুট খায় তেন্তে আপুনি বহুত উপকাৰ পাব পাৰে। যদি আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিব বিচাৰে তেন্তে আপুনি দৈনিক তিয়াই থোৱা বুট খাবলৈ আৰম্ভ কৰিব লাগে। তিয়াই থোৱা বুটত প্ৰটিন, ফাইবাৰ আৰু কেলচিয়াম থাকে। প্ৰতিদিনে ৰাতিপুৱা খালী
ভাৰতীয় পৰম্পৰাগত খাদ্য সম্ভাৰ প্ৰস্তুত কৰোতে যিবোৰ মচলা ব্যৱহাৰ কৰা হয় সেইবোৰৰ ভিতৰত অন্যতম হ’ল ডালচেনি। এইবিধ মচলা খাদ্য সম্ভাৰ প্ৰস্তুত কৰোতে ব্যৱহাৰ কৰিলে পৰোক্ষভাৱে ডায়েবেটিছ প্ৰতিৰোধ কৰাত সহায় কৰে। ‘লিপিডছ ইন হেলথ এণ্ড ডিজিজ’ নামৰ এখন পত্রিকাত ডালচেনিৰ গুণ সম্পৰ্কে বহুতো নতুন নতুন তথ্য প্রকাশ পাইছে।গৱেষকসকলৰ মতে, ডালচেনি খালে ‘মেটাৰলিক ছিণ্ড্ৰ’ম’ৰ পৰা হাত
শাৰীৰৰ লগতে আমি মানসিকভাৱেও স্বাস্থ্যৱান হৈ থকাটো খুবেই জৰুৰী। মনটো যদি স্বাস্থ্যৱান হৈ থাকে, তেতিয়া আমি শাৰীৰিকভাৱেও স্বাস্থ্যৱান হৈ থাকিব পাৰো।প্ৰকৃততে আমি খোৱা খাদ্য আৰু আমাৰ দৈনন্দিন ৰুটিনৰ ওপৰতেই মানসিক স্বাস্থ্য নিৰ্ভৰ কৰে।যাৰ বাবে আপুনি আপোনাৰ দৈনিক কৰা কাম-কাজত সচেতন হোৱাটো খুবেই দৰকাৰ। মন তথা মগজুক স্বাস্থ্যৱান কৰি ৰাখিবলৈ আপুনি