শেহতীয়াকৈ, অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছৰ (এইমছ) নিউৰোলজী বিভাগৰ গৱেষকসকলে এক তথ্য প্ৰকাশ কৰিছে। এইমছে জনাইছে , ভাৰতত প্ৰতি চাৰি মিনিটত কমেও এজন লোকৰ ষ্ট্ৰোকত মৃত্যু হয়। হৃদৰোগজনিত সমস্যা বৰ্তমান বিদ্যুতৰ গতিত বৃদ্ধি পাইছে। বহুতো লোক হৃদৰোগজনিত সমস্যাত ভুগিছে । যুৱ প্ৰজন্মৰ মাজতো এই ৰোগ দেখিবলৈ পোৱা হৈছে । ক্ৰমশ হৃদৰোগৰ আশংকা বৃদ্ধি
Category: Assamese News
হিন্দু ধৰ্মত প্ৰতিটো উৎসৱৰে বিশেষ গুৰুত্ব আছে। ভাদ মাহৰ শুক্ল পক্ষৰ অষ্টম দিনা সমগ্ৰ দেশতে ধুমপানেৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰা হয়। এইবাৰ জন্মাষ্টমী ৬, ৭ ছেপ্টেম্বৰত দুদিনীকৈ পালন কৰা হ’ব। এই পবিত্ৰ দিনটোত বহুলোকে তেওঁলোকৰ মনোবাঞ্চা পূৰণৰ অৰ্থে উপবাস ৰাখে।কিন্তু কেতবোৰ বিশেষ নীতি-নিয়মৰ মাজেৰে উপাসনা কৰিলেহে ভগৱান শ্ৰীকৃষ্ণ ভক্তৰ প্ৰতি
জ্যোতিষত বৃহস্পতি গ্ৰহক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। এই গ্ৰহৰ প্ৰভাৱ ১২টা ৰাশিতে পৰে। যেতিয়াই গুৰু বৃহস্পতিয়ে ৰাশি পৰিৱৰ্তন কৰে, তেতিয়াই ই সকলো ৰাশিত প্ৰভাৱ পেলায়। বৃহস্পতি যিকেইটা ৰাশিৰ বাবে শুভ, তেওঁলোকৰ জীৱনত সুখ আৰু সমৃদ্ধিৰ অভাৱ নহয়। বছৰৰ শেষৰ কেইটামান দিনত বৃহস্পতি গ্ৰহ মাৰ্গীত উপস্থিত হ’বলৈ গৈ আছে।
হিন্দু ধৰ্মত যিকোনো শুভ কাম আৰম্ভ কৰাৰ আগতে ভগৱান শ্ৰীগণেশক প্ৰথমে উপাসনা কৰা হয়। বুধবাৰটো ভগৱান শ্ৰীগণেশৰ দিন।এই দিনটোত উপাসনা কৰিলে ভক্তৰ ওপৰত গণপতি বাপ্পাৰ কৃপা দৃষ্টি পৰে।কিন্তু উপাসনাৰ সময়ত কেতবোৰ বিশেষ সামগ্ৰীৰে পূজা কৰিলে ভগৱান শ্ৰীগণেশ সম্পূৰ্ণৰূপে সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়। আজি এই বিষয়ে জানো আহক- মোদক
দেশত তীব্ৰগতিত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধমূলক ঘটনা। দেশৰ ডাঙৰ ডাঙৰ চহৰবোৰতো সুৰক্ষিত নহয় মহিলা। ইয়াৰ মাজতে নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ(NCRB) ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এক ভয়ংকৰ তথ্য। NCRB ৰ তথ্য অনুসৰি ২০২২ চনত দেশত মহিলাৰ বিৰুদ্ধে বেংগালুৰুত সৰ্বাধিক সংখ্যক এচিড আক্ৰমণ সংঘটিত হৈছে। এই সময়ছোৱাত বেংগালুৰু আৰক্ষীয়ে ৮টা গোচৰ ৰুজু