দুই যুৱতীৰ প্ৰেম কাহিনীয়ে কিছুদিন ধৰি খলকনিৰ সৃষ্টি কৰিছে ছচিয়েল মিডিয়াত। দুই যুৱতীৰ মাজত প্ৰেম, তাৰ পিছতে এংগেজমেণ্ট। দুয়োৰে প্ৰেম আৰু এংগেজমেণ্টক লৈ ইতিমধ্যে সংবাদ মাধ্যমত খবৰো প্ৰকাশ পাইছে। গোটেই জীৱন একেলগে থকাৰ প্ৰতিজ্ঞা লৈছে এই দুই যুৱতীয়ে। সৰুপথাৰ উৰিয়ামঘাট অঞ্চলৰ বিদ্যাপুৰ গাঁৱৰ মহম্মদ মইন উদ্দিনৰ কনিষ্ঠা কন্যা মিছ হাছিনা
Category: Assamese News
বছৰ বছৰ ধৰি ভাৰতীয় ক্ৰিকেট দলক আমি নীলা জাৰ্ছীতে দেখি আহিছো। কেতিয়াবা গাঢ় নীলা, কেবিতাবা পাতল নীলা। কিন্তু নীলা ৰঙৰ পৰিৱৰ্তন হোৱা নাই কেতিয়াও। ইয়াৰ বাবে টীম ইণ্ডিয়াক মেন ইন ব্লু বোলা হয়। কেৱল ক্ৰিকেটেই নহয়, বৰ্তমান ভাৰতৰ ফুটবল, হকীসহ আন খেলতো জাতীয় দলে নীলা জাৰ্ছী পৰিধান কৰি খেলপথাৰত নামে।
বলীউডত প্ৰায়ে ৰণবীৰ সিং আৰু দীপিকা পাডুকনক লৈ অনুৰাগীসকলৰ মাজত অব্যাহত থাকে চৰ্চা। বলিউডত খলকনিৰ সৃষ্টি কৰা ‘ৰামলীলা’ চলচ্চিত্ৰখনত দুয়োজনৰে যুটিত আপ্লুত অনুৰাগীয়ে পুনৰবাৰ ৰণবীৰ-দীপিকাক ৰূপালী পৰ্দাত চাবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে। মুঠতে ৰণবীৰ-দীপিকাৰ কেমিষ্ট্ৰি অনুৰাগীৰ প্ৰিয়। ২০১২ চনৰ পৰাই আৰম্ভ এই সম্পৰ্ক। দীঘলীয়া ৬ বছৰৰ প্ৰেম, অৱশেষত ২০১৮
মেষ ৰাশি: শ্ৰীগণেশে কৈছে, এই ৰাশিৰ লোকসকলৰ আশা পূৰণ হ’ব। আজি প্ৰথমতে কামৰ গতি লেহেমীয়া হ’লেও পিছলৈ ক্ৰমান্বয়ে কামৰ গতি বৃদ্ধি পাব। একেলগে একাধিক উৎসৰ পৰা ধন আহিব পাৰে। যিকোনো ৰিস্ক নিঃসংকোচে ল’ব পাৰিব, ইয়াৰ পৰা আপুনি নিশ্চিতভাৱে উপকৃত হ’ব পাৰিব। কামত একাগ্ৰতা কম হ’ব, মন মনোৰঞ্জনৰ দিশতহে থাকিব। সাৱধানে
পুৰুষেই হওঁক বা মহিলাই হওঁক, আজিকালি ভৰিত ক’লা সূতা বন্ধাতো ফেশ্বন হৈ পৰিছে। কিন্তু কেৱল ফেশ্বনেই নহয়, ক’লা সূতা পিন্ধাৰ আন বহু লাভালাভ আছে।বিশ্বাস মতে, ই বেয়া দৃষ্টিশক্তিৰ পৰা সুৰক্ষা দিয়ে। ইয়াৰ যথেষ্ট স্বাস্থ্য উপকাৰিতাও আছে। আপুনি এই ক’লা সূতাডাল ভৰিৰ উপৰিও ডিঙি কঁকাল বা মণিবন্ধত পিন্ধিব পাৰে। ক’লা সূতাই