গণ+পতি=গণপতি-যাৰ- সহজ অৰ্থ= গণ-মানে-সমূহ-নানা-সকলো। পতি-মানে-স্বামী-মালিক। অৰ্থাৎ-সকলোৰে স্বামী-মালিক। গণ+ঈশ=গণেশ- যাৰ সহজ অৰ্থ… গণ-মানে=সমূহ.. নানা,, সকলো। ঈশ_মামে=ঈশ্বৰ.. ভগৱান। মৰ্হষি=পাণিনিৰ মতে- গণ-মানে-দিশ-দিক। পতি =মানে-স্বামী। গণপতি-গণেশ-মানে- দশো দিশৰ স্বামী। গণপতি’ৰ ,, অনুমতি অবিহনে কোনো.. দেৱী দেৱতাই.. কোনো দিশৰপৰা আগমন কৰিব নোৱাৰে।। সেয়হে-সকলো দেৱী-দেৱতাৰ পূজাৰ আগতে গণপতি) গণেশৰ পূজা কৰি.. তেওঁক প্ৰথম সন্তস্ত কৰি লোৱা
Category: Assamese News
ভগৱান কাল ভৈৰৱ মহাদেৱৰে এক অপাৰ ৰূপ।ভগৱান কাল ভৈৰৱক কলিযুগৰ জাগ্ৰত দেৱতা বুলি মনা যায়। শিৱ পুৰাণত কাল ভৈৰৱৰ উৎপত্তিৰ কথা বৰ্ণনা কৰা হৈছে,শিৱ পুৰাণৰ ৮ নং খণ্ডত কাল ভৈৰৱৰ উৎপত্তিৰ কথা কোৱা হয়। ভগৱান শিৱৰ পৰম ৰূপ ভগৱান কাল ভৈৰৱে হয়। এসময়ত ব্ৰহ্মা সুমেৰু পৰ্বতত বহি ধ্যানত মগ্ন হৈ
চৰকাৰক প্ৰশ্ন সোধাৰ বিনিময়ত বনিক গোষ্ঠীৰ পৰা দুই কোটি টকা লোৱাৰ অভিযোগত তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰৰ লোকসভাৰ সদস্য পদ খাৰিজ কৰে লোকসভাই ৷ উল্লেখ্য যে,চৰকাৰক ধনৰ বিনিময়ত প্ৰশ্ন সোধাৰ বাবে বনিক গোষ্ঠীৰ পৰা সাংসদ পদ মহুৱা মৈত্ৰই ধন লোৱাৰ অভিযোগ উদ্থাপিত হৈছিল ৷ যাৰবাবে সংসদৰ এথিক্স কমিটিয়ে জেৰা কৰে
অসম আৰক্ষীৰ ক্রাইম ব্ৰাঞ্চৰ এক বৃহৎ অভিযানত জব্দ বুজন পৰিমাণৰ নিষিদ্ধ ক’কেইন ৷ আটক দুই সৰবৰাহকাৰীক ৷ প্ৰাপ্ত খবৰ অনুসৰি অসম আৰক্ষীৰ অপৰাধ শাখা আৰু দিছপুৰ আৰক্ষীৰ যৌথ দল এটাই বিশেষ খবৰৰ ভিত্তিত হেঙেৰাবাৰীত অৰ্তকিতে অভিযান চলাই দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত সৰবৰাহকাৰী কেইটাৰ পৰা
নিউজ ব্যুৰ’,নগাঁও,৮ডিচেম্বৰ:–সুধাকণ্ঠ তথা বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাই পিতৃ-মাতৃৰ নামত উৎসৰ্গিত বঁটাৰে নগাঁও জিলাৰ কলিয়াবৰত “মঞ্চ“ৰ উদ্যোগত শনিবাৰে অনুষ্ঠিত হ’ব সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা । হাটবৰ কেন্দ্ৰীয় নাট্য সমাজ ভৱনত অহা ৯ ডিচেম্বৰত হাটবৰ কেন্দ্ৰীয় নাট্য সমাজ প্ৰেক্ষাগৃহত দিনজোৰাকৈ সদৌ অসম ভিত্তিত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাখনি। ১৯৯২চনৰ পৰা