মেষ ৰাশি: শ্ৰীগণেশে কৈছে, ব্যৱসায়ত কোনো সিদ্ধান্ত ল’ব লগা হ’লে স্পষ্ট চিন্তাৰে কাম কৰিব লাগিব। এই ৰাশিৰ জাতক-জাতিকাসকলে দ্ৰুত আৰু সহজে একাধিক সমস্যা সফলতাৰে সমাধান কৰিব পাৰব। কিন্তু আপুনি কেতিয়াবা হেঁচা অনুভৱ কৰিব পাৰে। শীৰ্ষলৈ উপনীত হ’বলৈ যিয়েই কৰিব লগাত পৰে, সেইটো কৰিব লাগিব। নিজৰ ওপৰত বিশ্বাস ৰাখিব, আনৰ ওপৰত নিৰ্ভৰ
Category: Assamese News
মহানগৰীৰ হেঙেৰাবাৰীৰ ভাৰাঘৰত যোৱা ২৬ নৱেম্বৰত ধেমাজিৰ অনুষ্কা শইকীয়া নামৰ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰক লৈ এতিয়াও মাৰ যোৱা নাই চাঞ্চল্য। দিছপুৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। অনুষ্কা শইকীয়াৰ মৃত্যুৰ ঘটনাই প্ৰতিদিনে লৈছে নতুন মোৰ। ঘটনা সন্দৰ্ভত আৰু দিছপুৰ আৰক্ষীয়ে মঙলবাৰে দুজন যুৱকক আটক কৰিছে। জানিব পৰা মতে, ৰুবুল শইকীয়া আৰু ধনমণি সোণোৱাল
দৰং জিলাৰ দলগাওঁৰ পৰা উদ্ধাৰ পাঁচ গৰাকী ছোৱালী ৷ উদ্ধাৰ হোৱা সকলৰ মাজত আছে এজনী কিশোৰী ৷ দৰং জিলা আৰক্ষীৰ সফলতা ৷ দলগাওঁৰ ২ নং শিয়ালমাৰী পৰা উৎখাত দেহ ব্যৱসায়ী চক্ৰ ৷ দৰং জিলা আৰক্ষী আৰু দলগাওঁ আৰক্ষীৰ সহযোগত দলগাওঁৰ পৰা উৎখাত দেহ ব্যৱসায়ী চক্ৰ ৷ পাঁচ ভুক্তভোগী ছোৱালী
ডিচেম্বৰ মাহত মংগল, শনি, শুক্ৰ আৰু বৃহস্পতি চন্দ্ৰৰ সংগমত ৰাজযোগ গঠন হ’ব। ২০২৩ বৰ্ষৰ শেষ মাহটো চলি আছে। ইয়াৰ পিছত নতুন বছৰ আৰম্ভ হ’ব। ২০২৩ চনৰ শেষলৈকে কিছুমান ৰাশিৰ হাতলৈ বিপুল ধন আহিবলৈ ওলাইছে। পাটনাৰ বিখ্যাত জ্যোতিষী ড০ শ্ৰীপতি ত্ৰিপাঠীয়ে কয় যে বৈদিক পঞ্জিকা অনুসৰি বছৰৰ শেষ মাহ ডিচেম্বৰ মাহত
২৪ নৱেম্বৰত শনি কুম্ভ ৰাশিত প্ৰৱেশ কৰিছিল আৰু অহা বছৰ ৬ এপ্ৰিললৈকে এই স্থানত থাকিব। শনিৰ এই ৰাশি পৰিৱৰ্তনৰ প্ৰভাৱ পৰিব এই ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত। জ্যোতিষ বিজ্ঞানত কোৱা হৈছে যে শনিৰ ৰাশিৰ পৰিৱৰ্তনে সকলো ৰাশিৰ ওপৰত প্ৰভাৱ পেলায়। ২৪ নৱেম্বৰত শনি কুম্ভ ৰাশিত প্ৰৱেশ কৰিছিল আৰু অহা বছৰ ৬