মেষ ৰাশি: শ্ৰী গণেশে কৈছে, এই ৰাশিৰ জাতক-জাতিকাই আজি মিশ্ৰিত ফলাফল পাব। পৰিয়ালৰ কোনো সদস্যৰ ভৱিষ্যতৰ বিষয়ে আলোচনা হ’ব পাৰে। ব্যৱসায়িক ভ্ৰমণ আপোনাৰ বাবে উপযোগী হ’ব। জীৱন সংগীৰ লগত যদি কোনো সমস্যা হয়, তেন্তে সেই সমস্যা সমাধানৰ চেষ্টা কৰা উচিত। আজি কোনো লোকৰ পৰা ধন ধাৰলৈ নল’ব। কৰ্মচাৰীয়ে পদোন্নতি বা বদলিৰ
Category: Assamese News
কাজিৰঙাত চাঞ্চল্যকৰ ঘটনা। ধান খাবলৈ অহা গঁড়ক শেল মাৰি নিধন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাতিকাষৰীয়া বেজগাঁৱত সংঘটিত হৈছে এই ঘটনা। ঘটনা সন্দৰ্ভত স্থানীয় নৰেন শইকীয়া নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। বন বিভাগে তেতেলীগুৰি বন শিবিৰ এলেকাৰ পূব-ইকৰানিত মৃত গঁড়টোৰ পৰা উদ্ধাৰ কৰিছে খৰ্গটো।
২৫ আৰু ২৬ নবেম্বৰত পাটায়াত অনুষ্ঠিত হোৱা WFF দক্ষিণ-পূব এছিয়ান বডি বিল্ডিং আৰু ফিটনেছ চেম্পিয়নশ্বিপত ভাৰতৰ হৈ অসমৰ গুৱাহাটীৰ কুশল কলিতাই ৭৫ কিলোগ্ৰাম শাখাত সোণৰ পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই। ইয়াৰ পূৰ্বে ২০২২ চনত বেংককত অনুষ্ঠিত হোৱা মিষ্টাৰ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ৭০ কেজি শাখাত সোণৰ পদক অৰ্জন কৰিছিল।
কোপ্পালত এক অমানৱীয় ঘটনা সংঘটিত হৈছে, য’ত এজন অন্ধ মুছলমান বৃদ্ধক দুষ্কৃতিকাৰীয়ে বলপূৰ্বকভাৱে বাইকত উঠাই শূন্য অঞ্চললৈ নি অমানৱীয়ভাৱে আক্ৰমণ কৰে। লগতে বৃদ্ধ লোকজনক জয় শ্ৰীৰাম বুলি ক’বলৈ বাধ্য কৰাই আৰু তেওঁৰ দাড়িত জুই লগাই দি ধন লুটি নিয়াৰ লজ্জাজনক কাণ্ড সংঘটিত কৰে। ২৫ নৱেম্বৰত কৰ্ণাটকৰ কোপ্পালত সংঘটিত হোৱা এই
পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম (LPG Cylinder Price hike)। ৰাজহুৱা খণ্ডৰ তেল কোম্পানীসমূহে বৃদ্ধি কৰিলে চিলিণ্ডাৰৰ দাম। প্ৰতিটো চিলিণ্ডাৰত বৃদ্ধি পালে ২১ টকাকৈ। ১৯ কিলোগ্ৰামৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰা হৈছে। অৱশ্যে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দামৰ কোনো সালসলনি কৰা হোৱা নাই। এই দাম বৃদ্ধিৰ ফলত ১৯ কিলোগ্ৰামৰ