গৰ্ভাৱস্থাত মহিলাসকলে সঠিক খাদ্য তথা পানীয় গ্ৰহণত সচেতন হোৱাৰ উপৰিও সঠিক আৰু আৰামদায়ক কাপোৰ পিন্ধাটো ক্ষেত্ৰটো মন দিয়াৰ দৰকাৰ। শৰীৰত ভ্ৰূণটো বিকশিত হোৱাৰ লগে লগে এগৰাকী মহিলাৰ শৰীৰৰ আকৃতি সলনি হয়। যাৰ বাবে এই সময়ছোৱাত যিমান পাৰি আৰামদায়ক কাপোৰ পিন্ধিব লাগে। যিসকল মহিলাৰ জিনছ পিন্ধাৰ অভ্যাস আছে, তেওঁলোকৰ বাবে এই
Category: Assamese News
ডায়েবেটিচৰ সমস্যাটো সম্প্ৰতি একেবাৰে সচৰাচৰ হৈ পৰিছে। ভাৰতৰ আধিকাংশ লোকেই এই দুৰাৰোগ্য ৰোগৰ সৈতে যুঁজি আছে। শৰীৰত গ্লুুকোজৰ স্তৰ বৃদ্ধিৰ ডায়েবেটিচ ৰোগত আক্ৰান্ত হ’বলগীয়া হয়।যেতিয়া ডায়েবেটিচৰ সমস্যা হয়, ৰোগীৰ শৰীৰে ইনচুলিন প্ৰস্তুত কৰাৰ ক্ষমতা হেৰুৱায়। ইনচুলিন হৈছে এক হৰমন, যি সাধাৰণতে অগ্ন্যাশয়ৰ পৰা মুকলি হয়। ই গ্লুুক’জক শৰীৰৰ কোষত প্ৰৱেশ
পৰিৱৰ্তনশীল ঋতুত ডেংগুয়ে ভয়াৱহ ৰূপ ধাৰণ কৰে।শেহতীয়াকৈ ‘বিগ বছ অ’টিটি’ৰ প্ৰথম ‘ৰানাৰ-আপ’ অভিষেক মালহান আৰু অভিনেত্ৰী জেৰিন খানৰ লগতে দেশৰ হাজাৰ-হাজাৰ লোক ডেংগুত আক্ৰান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে।ডেংগু এডিছ মহৰ কামোৰৰ দ্বাৰা বিয়পে।এই ৰোগ সংক্ৰমিত হোৱাৰ লগে লগে ইয়াৰ লক্ষণবোৰ ৩ দিনৰ পৰা ১৪ দিনলৈ থাকে। যদি সময়মতে ডেংগুৰ চিকিৎসা
মহানগৰীৰ ভাড়াঘৰত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ। ৰহস্যজনভাৱে চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ মৃতদেহ। হেঙেৰাবাৰীৰ অমৃত উদ্যানৰ সন্মুখত সংঘটিত হৈছে এই ঘটনা। যুৱতীগৰাকীৰ নাম অনুষ্কা শইকীয়া বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি, মৃত যুৱতীগৰাকীৰ ঘৰ ধেমাজিত আছিল। বিউটিচিয়ান হিচাপে কৰ্মৰত আছিল মৃত যুৱতীগৰাকী। ইতিমধ্যে এই ৰহস্যজনক ঘটনাত আটক কৰিছে
পুনৰ গুৱাহাটী মহানগৰীত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ। এইবাৰ স্থান মহানগৰীৰ হেঙেৰাবাৰী। অঞ্চলটোৰ অমৃত উদ্যানৰ সন্মুখৰ এটা ভাড়া ঘৰত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ মৃতদেহ। জানিব পৰা মতে যুৱতীগৰাকীৰ ঘৰ ধেমাজিত। তেওঁৰ নাম অনুষ্কা শইকীয়া। কি কাৰণত তেওঁৰ মৃত্যু হ’ল সেই বিষয়ে এতিয়াও কোনো তথ্যা লাভ কৰা নাই। ঘটনাস্থলীত উপস্থিত হৈছে দিছপুৰ