চাংসাৰি অথবা উত্তৰ গুৱাহাটীলৈ স্থানান্তৰ হ’ব ফাঁচীবজাৰৰ হোলছেল মাৰ্কেট।
Category: Assamese News
প্ৰেমিকৰে সংঘাত নে জুনুৰ গোপন মুহূৰ্তৰ দৃশ্য দেখাৰ বাবে শেষ নিশ্বাস পেলাব লগা হ’ল অনুষ্কাই? বনকৰা মহিলা আৰু ভাড়াঘৰৰ গৰাকীৰ চিকাৰ হ’ল নেকি ধেমাজিৰ অনুষ্কা? প্ৰেমত হতাশা, কাৰোবাৰ আক্ৰোশ নে জীৱনৰ প্ৰতি অনীহা! কি কাৰণত দেওবাৰে হেৰাই গ’ল ধেমাজিৰ যুৱতী অনুষ্কা শইকীয়া? ধেমাজিৰ পৰা কৰ্মসূত্ৰে মহানগৰীৰ হেঙেৰাবাৰীৰ হাউছ নম্বৰ ৩ত
ৰাজ্যত পুনৰ সংঘটিত হৈছে গুলী চালনাৰ ঘটনা। গুৱাহাটী মহানগৰীত সোমবাৰে আৰক্ষীৰ গুলীত গুলীবিদ্ধ হ’ল এটা ভূ-মাফিয়া। উল্লেখ্য যে, গুৱাহাটীৰ গড়চুকৰ লালুংগাঁৱত সংঘটিত হৈছে এই ঘটনা। বশিষ্ঠ আৰক্ষী আৰু অপৰাধ শাখাই যুটীয়াভাৱে এক অভিযান চলাইছিল। এই অভিযানৰ সময়ত পলাবলৈ চেষ্টা কৰে ভূ-মাফিয়া ৰমেন মদাহিয়ে। ফলত আৰক্ষীয়ে গুলী চালনা কৰে আৰু আহত
মহানগৰীৰ হেঙেৰাবাৰীৰ ভাৰাঘৰত দেওবাৰে ধেমাজিৰ অনুষ্কা শইকীয়া নামৰ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য অব্যাহত আছে। অনুষ্কা শইকীয়াৰ ৰহস্যজনক মৃত্যৰে নাম সাঙোৰ খাইছে প্ৰেমিক ৰাহুলৰ। অনুষ্কাৰ প্ৰেমিক ৰাহুল শইকীয়াক সোধোপাছা কৰিছে দিছপুৰ আৰক্ষীয়ে। দীৰ্ঘদিন ধৰি অনুষ্কা আৰু ৰাহুলৰ আছিল প্ৰেমৰ সম্পৰ্ক। অনুষ্কাৰ ভাৰাঘৰলৈও প্ৰায়ে গৈছিল ৰাহুল শইকীয়া। শনিবাৰে অনুষ্কাৰ ৰূমলৈ আহিছিল
খন সংসাৰ। স্বামী-পত্নী আৰু তেওঁলোকৰ এটি ৩ বছৰীয়া সন্তান। প্ৰায় ছমাহ পূৰ্বে এদিন ব্যৱসায়ৰ কামত যাওঁ বুলি গুৱাহাটী মহানগৰীলৈ আহিছিল স্বামী। মহানগৰীলৈ অহাৰ পিছৰে পৰা যেন সলনি হ’ল স্বামীৰ মতি গতি। কমি আহিল পত্নী-সন্তানৰে লখিমপুৰৰ ঢকুৱাখনাত থকা সংসাৰখনৰ প্ৰতি দায়িত্ব। লাহে লাহে কমি আহিল পত্নীৰ সৈতে যোগাযোগ। মাজে সময়ে পত্নীয়ে