ভাৰতীয় মতে ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজী মতে এইক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। সেয়ে ইংৰাজীত ৰাশিক কোৱা হয় ছান ছাইন। চাওক আহক আজিৰ দিনটোত কোন ৰাশিৰ কি আছে ভাগ্যফল। মেষ ৰাশি : নতুন কাম আৰু নতুন বিনিয়োগৰ বিষয়ে চিন্তা কৰাৰ বাবে ভাল সময়। কাষৰ মানুহক
Category: Assamese News
ভূপেন বৰা এজন লুভীয়া মানুহ। লোভেই পাপ, পাপেই মৃত্যু। কাজিৰঙা লোকসভা সমষ্টিত যদি ভূপেন বৰাই প্ৰতিদ্বন্দ্বিতা কৰে ৩ লাখ ভোটৰ ব্যৱধানত চতুৰ্থবাৰৰ বাবে নিৰ্বাচনত পৰাজয় বৰণ কৰিব। একেৰাহে চতুৰ্থবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই হৰাৰ ৰেকৰ্ড গঢ়িব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। এইদৰে মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। শেহতীয়াকৈ কাজিৰঙা লোকসভা সমষ্টিত
‘আল্লা তালাই মোৰ পুত্ৰ মহম্মদ ছামীক আৰু জয়ৰ বাবে শক্তি দিয়ক’, আল্লাৰ ওচৰত দোৱা মহম্মদ ছামীৰ মাতৃৰ
কোন হ’ব বিশ্বকাপৰ নায়ক ! দৌৰত আছে ৯গৰাকী ক্ৰিকেটাৰ। আই চি চিয়ে ঘোষণা কৰিছে সেই তালিকা। ফাইনেল মেচৰ সামৰণিত চূড়ান্ত হ’ব নায়কৰ নাম। এই তালিকাত আছে ৪গৰাকী ভাৰতীয় খেলুৱৈ। ২গৰাকী অষ্ট্ৰেলিয়া,নিউজিলেণ্ড আৰু এগৰাকী দক্ষিণ আফ্ৰিকাৰ। বিৰাট কোহলিঃ ১০ মেচত ৭১১ ৰান। আডাম জাম্পাঃ এই পৰ্যন্ত ২২টা উইকেট। ৩খন মেচত ৪টাকৈ
ধাৰ্মিক গ্ৰন্থৰ দ্বাৰা এই কথা জনা হয় যে, সনাতন ধৰ্মত সকলো দেৱী দেৱতাৰে বাহনৰ ৰূপত পশু পখীক আছিল। এই বিষয়ে বহু কথা প্ৰচলিত আছে। প্ৰাণী জগতৰ সৃষ্টি কৰাৰ পাচত এদিন সকলো দেৱী দেৱতাই পৃথিৱীলৈ বিচৰণ কৰিবলৈ আহিল। তেতিয়া সকলো পশু পখীয়ে, তেওঁলোকক পৃথিৱীত ঘূৰি ফুৰি বিচৰণ কৰি ভাগৰুৱা অৱস্থাত পালে