দেওবাৰে ৫নৱেম্বৰত বিহাৰৰ ভাগলপুৰৰ বিক্ৰমশীলা হিন্দী বিদ্যাপীঠে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিহালীৰ লক্ষ্মীকান্ত শৰ্মাক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰাত, বুধবাৰে শৰ্মাকৰ বাসগৃহত দ’ল সংগঠনৰ সম্বৰ্ধনা জ্ঞাপন বিদ্যাবাস্পতি উপাধি প্ৰদান।বিহালী সমষ্টিৰ নাচবৰ নিবাসী বিশিষ্ট সাহিত্যিক, নাট্যকাৰ, কবি, সমাজকৰ্ম্মী, অৱসৰ প্ৰাপ্ত শিক্ষক তথা অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ লক্ষী কান্ত শৰ্মাক ৫নৱেম্বৰত বিহাৰৰ ভাগলপুৰৰ বিক্ৰমশীলা
Category: Assamese News
প্ৰাকৃতিক গুণেৰে সমৃদ্ধ এবিধ সহজলভ্য ফল হৈছে নেমু (Lemon)। ৰোগ প্ৰতিৰোধ আৰু সৌন্দৰ্য্যচৰ্চাৰ ক্ষেত্ৰত নেমুৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। উল্লেখযোগ্য যে নেমুত যথেষ্ট পৰিমাণে ভিটামিন ‘চি’ পোৱা যায়। নেমুত থকা ‘চি‘ ভিটামিনে শৰীৰৰ শ্ৰীবৃদ্ধিত যথেষ্ট অৰিহণা যোগায় । মানৱ দেহৰ উপযোগী ভিটামিন ‘এ’ আৰু ‘বি’, আইৰণ, মেগনেছিয়াম, ফছফৰাছ, ছিলিকা ,কাৰ্বহাইড্ৰেট ,কেলচিয়াম ,
কল (Banana) হৈছে এনে এবিধ ফল, যাক খোৱাৰ ফলত আপোনাৰ শৰীৰে যথেষ্ট পৰিমানত কেলচিয়াম পোৱা যায়। যদি আপুনি ইয়াক আপোনাৰ আহাৰত অন্তৰ্ভুক্ত কৰে তেন্তে আশ্চৰ্যজনক লাভালাভ পাব। ইয়াৰ পৰা এটা নহয় বহুতো লাভালাভ পোৱা যায়। ৰক্ত সঞ্চালন নিয়ন্ত্ৰণতো (Blood Circulation Control) কল যথেষ্ট সহায়ক। গতিকে আহক জানো এই ফলবিধৰ আন
পুষ্টিকৰ উপাদানেৰে ভৰপূৰ জামুক (Jamun) খোৱাটো গৰমৰ দিনত অত্যন্ত উপকাৰী। ই শৰীৰক পৰ্যাপ্ত পৰিমাণৰ এণ্টিঅক্সিডেণ্ট প্ৰদান কৰে, যি শৰীৰৰ কোষবোৰক অক্সিডেটিভ চাপ আৰু মুক্ত ৰেডিকেলৰ ফলত হোৱা ক্ষতিৰ পৰা সুৰক্ষিত কৰে। জামু প্ৰাকৃতিকভাৱে উৎপন্ন হোৱা চেনীত সমৃদ্ধ যাক ফ্ৰুক্টোজ বুলি কোৱা হয় আৰু তাত খুব কম কেলৰি থাকে। প্ৰতি ১০০
পাচলি হিচাপে ব্যৱহৃত জিকা কেৱল অসম বুলিয়েই নহয় দেশৰ অন্য কেইবাখনো ৰাজ্যতো পোৱা যায়। ইংৰাজীত Ridge Gourd নামেৰে জনা জিকাৰ বৈজ্ঞানীক নাম হৈছে Luffa acutangula। জিকা মুখ্যত বৰ্ষাকালীন খেতি। সেয়ে বাৰিষা কালতহে ইয়াৰ খেতি কৰা হয়। পিছে ইয়াৰ হাইব্ৰীড প্ৰজাতি ওলোৱাৰ পিছৰেপৰা বছৰৰ সকলো সময়তে ইয়াৰ খেতি কৰাটো সম্ভৱ হৈ