দক্ষিণ কামৰূপৰ পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মণিয়েৰী তিনিআলিৰ পৰা বৰিহাটলৈ গৈ থকা অৱস্থাত আজি পুৱা খেল মহাৰণত অংশগ্ৰহণৰ উদ্দেশ্যেৰে মটৰ চাইকেলেৰে গৈ অৱস্থাত দূৰ্ঘটনাত পতিত হৈ দুই খেলুৱৈ তথা ছাত্ৰৰ কৰুণ মৃত্যু হয়। খেলুৱৈ তথা দুই ছাত্রই AS-25T-6893 নম্বৰৰ পালচাৰ মটৰ চাইকেলেৰে মণিয়েৰী তিনিআলিৰ পৰা বৰিহাটলৈ খেল মহাৰণত অংশগ্ৰহণৰ উদ্দেশ্যেৰে
Category: Assamese News
গুৱাহাটী মহানগৰীত দৈনিক সংঘটিত হ’বলৈ ধৰিছে হিংসাত্মক ঘটনা। মহানগৰীত বিগত কেইবাদিনত কেইবাতাও মৃতদেহ উদ্ধাৰ লগতে পোহৰলৈ আহিছে বহুকেইটা নৃংশস ঘটনাৰ কথা। পুনৰ মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বোৱাৰীক তেল ঢালি জ্বলাই দিয়াৰ অপচেষ্টাৰ অভিযোগ উত্থাপিত হৈছে স্বামী আৰু শহুৰৰ পৰিয়ালৰ বিৰুদ্ধে। মহানগৰীৰ বাঘৰবৰী পুৱেৰুণ পথত সংঘটিত হৈছে এই নৃংশস
মঙলবাৰে তামুলপুৰৰ বৰখাটাত বড়োভূমিৰ ৰাজনৈতিক দল ইউ পি পি এল দলৰ মহাকৰ্মী সভা আয়োজন কৰা হয় ৷ উক্ত কৰ্মী সভাত ইউ পি পি এল দলৰ সভাপতি তথা বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োৱে মন্ত্ৰী ইউ জি ব্ৰহ্মসহ কাৰ্যবাহী সদস্য বিধায়ক এম চি এলহএ দলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীসহ দলীয় নেতা সকলৰ উপৰিও
৭নৱেম্বৰ, গুৱাহাটীঃ বিজেপি আৰু এআইইউডিএফ দুয়োটাই সাম্প্রদায়িক দল। দুয়োটা দলেই সাম্প্রদায়িক কথা বতৰাৰ যোগেদি সমাজত সাম্প্রদায়িক উত্তেজনা বৰ্তাই ৰাখিবলৈ অপচেষ্টা কৰি আহিছে। এই অভিযোগ আম আদমি পার্টী, অসমৰ ৰাজ্যিক সভাপতি ডাঃ ভৱেন চৌধুৰীৰ । এক প্ৰেছ বিজ্ঞপ্তিত আপ ৰ ৰাজ্যিক সভাপতিজনে অভিযোগ কৰি কয় যে, বিজেপিৰ নেতা, মন্ত্রী বিধায়কসকলক বদৰুদ্দিন
গোসাঁইগাঁও মহকুমাৰ ভাওৰাগুৰিত ভাওৰাগুৰি-বিন্যাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ওচৰত এবিএমছুৰ ভাওৰাগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত ৪ আৰু ৫ নবেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে সদৌ বিটিচি সংখ্যালঘু ছাত্র সন্থা চমুকৈ এবিএমছুৰ গোসাঁইগাঁও জিলা সমিতিৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন হয়। উক্ত অধিবেশনৰ মুকলি সভাত উপস্থিত থাকে এবিএমছুৰ কেন্দ্রীয় সভাপতি টাইছন হুছেইন,সাধাৰণ সম্পাদক জাইদুল ইছলামৰ লগতে