আমাৰ সকলোৰে পচন্দৰ এবিধ অতিকৈ উপকাৰী ফল হৈছে ডালিম । আমি বহুতেই হয়তো ইয়াৰ উপকাৰী গুণৰ বিষয়ে সঠিককৈ জ্ঞাত নহয় । গতিকে আজি আমি আপোনালোকক ইয়াৰ উপকাৰী গুণৰ বিষয়ে অৱগত কৰিম । ডালিমত থকা কিছু উপাদানে শৰীৰত পেশীৰ শক্তি বৃদ্ধি কৰি বয়সৰ চাপ পৰাৰ পৰা ৰক্ষা কৰে । ইয়াৰোপৰি ডালিমৰ
Category: Assamese News
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিৰ্মাণ হ’ব এলিভেটেড কৰিডৰ, ৫৫০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ’ব প্ৰায় ৩৪ কিলোমিটাৰ দৈৰ্ঘৰ কৰিডৰ, ঘোষণা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।
মণিপুৰ চৰকাৰে পুনৰ বৃদ্ধি কৰিলে মোবাইল ইন্টাৰনেট সেৱাৰ ওপৰত থকা নিষেধাজ্ঞা। নতুন জাননী অনুসৰি ৮ নৱেম্বৰলৈ বৃদ্ধি কৰা হৈছে এই সময়সীমা। দেওবাৰে এই কথা জনাই বিভাগীয় কৰ্তৃপক্ষই । বুধবাৰে মণিপুৰ ৰাইফলছৰ অস্ত্ৰাগাৰ লুণ্ঠন কৰাৰ উদ্দেশ্যৰে একাংশই নিৰাপত্তা বাহিনীৰ শিবিৰত আক্ৰমণ কৰিছিল। যাৰ ফলত নিৰাপত্তাৰক্ষীসকলে বতাহত গুলী চালনা কৰিছিল। এই ঘটনাৰ
🔷 জিএমচিএইচত সোমবাৰে দিনৰ ১২.২০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। 🔷 কেইবামাহ ধৰি অসুস্থ হৈ আছিল তেওঁ। 🔷 ‘হালধীয়া চৰাইয়ে বাও ধন খায়’ ছবিখনৰ শিশু শিল্পী আছিল গৌৰৱ বণিয়া। 🔷 এগৰাকী সংগীত শিল্পী হিচাপে সকলোধৰণৰ বাদ্য বজাব পাৰিছিল তেওঁ। 🔷 গুৱাহাটী আকাশবাণীৰ জৰিয়তে সম্প্ৰসাৰিত নাটক ‘শান্ত শিষ্ট হৃষ্ট পুষ্ট
মিজোৰামৰ ৪০খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে ছত্তীশগড়ৰ ২০খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ছত্তীশগড়ৰ বাকী ৭০খন আসনৰ ভোটগ্ৰহণ ১৭ নৱেম্বৰত অনুষ্ঠিত হ’ব। ১৭ নৱেম্বৰতে মধ্যপ্ৰদেশ বিধানসভাৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। কাইলৈৰ ভোটগ্ৰহণৰ বাবে মিজাৰোম আৰু ছত্তীশগড়ত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। বিশেষকৈ ছত্তীশগড়ত নিৰ্বাচনপূৰ্বক হিংসাত্মক ঘটনাত এজন বিজেপি