এখন অটোৰিক্সা আৰু এখন ট্ৰাকৰ সংঘৰ্ষত থিতাতে মৃত্যু হয় পিতৃ আৰু পুত্ৰৰ। মঙলবাৰে পুৱা শিলচৰ-আইজল ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ কৃষ্ণপুৰত সংঘটিত হয় এই কৰুণ ঘটনা। নিহত লোক দুজন আছাম ৰাইফলছৰ অৱসৰপ্ৰাপ্ত জোৱান কুঞ্জোমনি সিং আৰু তেওঁৰ পুত্ৰ প্ৰবীণ সিং বুলি চিনাক্ত কৰা হৈছে। তেওঁলোক আছিল সোণাই সমষ্টিৰ নাগদিৰগ্ৰামৰ বাসিন্দা। প্ৰত্যক্ষদৰ্শীৰ মতে,
Category: Assamese News
মেষ ৰাশি: আজি আপোনাৰ বাবে এক শুভ দিন। অত্যধিক চিন্তাৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত কিছু অসুবিধা হ’ব। লিখা-মেলা কামৰ বাবে দিনটো ভাল। কোনো মহিলাৰ লগত বিবাদত নপৰিব। পৰিয়ালৰ সৈতে ভাল সময় অতিবাহিত কৰিব পাৰিব। বৃষ ৰাশি: আজি আপুনি মনটোক সুস্থিৰ কৰি ৰাখিবলৈ চেষ্টা কৰিব। সম্ভৱ হ’লে আজি ভ্ৰমণৰ পৰা বিৰত থাকিব। লেখক,
আজিৰ আধুনিক নাৰীয়ে লিপষ্টিকৰ কথা বাদ সৌন্দৰ্যচৰ্চাৰ কথা ভাবিবই নোৱাৰে। লিপষ্টিক, লিপ মজ, লিপবাম আদি নানা ৰকমৰ সামগ্ৰী নাৰীৰ ওষ্ঠ চৰ্চাৰ অন্যতম উপকৰণ। কিন্তু এইবোৰৰ ব্যৱহাৰৰ পাছতো অসংখ্য নাৰীয়ে জীৱনত বা কর্মক্ষেত্ৰত আগস্থান দখল কৰিবলৈ সক্ষম হৈছে। কিন্তু সমস্যা হৈছে, এইবোৰ সামগ্ৰীৰ দ্বাৰা ৰূপচৰ্চা কৰাৰ ক্ষেত্ৰত কিছু হ’লেও সমস্যা সৃষ্টি
Puffed rice : * মেদবহুল লোকৰ বাবে মুড়ি ভাতৰ তুলনাত উপকাৰী। * একাপ মূড়িত সাধাৰণতে ৪০-৪৬ কিলো কেলৰি পোৱা যায়। এনে কেলৰি আন কোনো এবাৰতে পেটভৰা খাদ্যত পোৱা নাযায়। * মূড়ি খালে এচিডিটি আদিৰ সমস্যাই গা কৰি নুঠে । *বদহজম হোৱাৰো শংকা নাথাকে? ইৰিটেবল বাৱেল ছিণ্ড’মত আক্রান্ত সকলৰ বাবে মূড়ি
ডায়েবেটিচ এটা ঘাতক ৰোগ । এই ৰোগৰ কোনো প্ৰতিষেধক নাই । কিছুমান আয়ুৰ্বেদিক তথা ঘৰুৱা পদ্ধতিৰে এই ৰোগৰ পৰা বাচি থকাৰ উপায় আছে । এজন ডায়েবেটিচ ৰোগীয়ে খুব সাৱধানে খাদ্যতালিকা প্ৰস্তুত কৰিব লাগে । কোনো কোনোৱে বিশ্বাস কৰে যে ,নহৰুৱে ডায়েবেটিচ ৰোগ নিয়ন্ত্ৰণ কৰাত যথেষ্ট সহায় কৰে । ডায়েবেটিচ ৰোগীয়ে