ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ সীমান্তবৰ্তী তথা বিটিচিৰ গুমা সমষ্টিৰ ৰাইজে নাপালে উন্নয়ন। বিভিন্ন সমস্যাৰে জৰ্জৰিত মুছলঝৰা ভিচিডিচিৰ বহু গাওঁ।গাঁৱৰ যাতায়ত ব্যবস্থাই উন্নয়নৰ ফোপোলা স্বৰূপ উদঙাই দিছে। গাঁৱৰ মাজেৰে যোৱা পুখুৰী
Category: Assamese News
পুনৰ উত্তাল চামগুৰি উদমাৰী চাহ বাগিছা এলেকাত তাঞ্জিল হুছেইনৰ বাহনত আক্ৰমণ দুৰ্বৃত্তৰ আক্ৰমণত চূৰমাৰ কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ বাহন বাহনলৈ শিল দলিওৱাৰ লগতে চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা মোক জীয়াই থাকিবলৈ
চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰত নামি বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়ো আৰু বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ বাকযুদ্ধ তুঙ্গত উঠা পৰিলক্ষিত হৈছে । বিশেষকৈ বিটিচিৰ প্ৰাক্তন
বিগত ৬ টা দিনে সন্ধানহীন হৈ থকা যোৰহাট টিয়কৰ মধুস্মীতা বৰুৱা (২৪) নামৰ যুৱতী গৰাকীৰ অৱশেষত মৃতদেহ উদ্ধাৰ হৈছে । লেপেটাকটা আৰক্ষী চকীৰ অন্তৰ্গত কোটোহা আলিয়াচুকৰ চেঁচা নদীত উদ্ধাৰ হয়
ধিঙ, সুৰুজ আলী: মৃত্যু হোৱা মহিলা গৰাকীৰ নাম জাংফালি মহেলা।ঘৰ ধিঙৰ চহৰীয়া গাঁৱত । লাওখোৱা অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা প্ৰকাণ্ড বন্যহস্তীয়ে ধিঙৰ সোনাৰী গাওঁ,চহৰীয়া গাঁও আৰু ছালনাবড়ি