অসম চৰকাৰে ২০২৪ বৰ্ষৰ বাবে বন্ধৰ দিনৰ তালিকা প্ৰকাশ কৰিছে। সেই অনুসৰি মুঠ ৩৬ দিন অসম চৰকাৰৰ অধিনষ্ঠ সকলো চৰকাৰী কাৰ্যালয়, ৰেভিনিউ আৰু মেজিষ্ট্ৰেৰিয়েল ক’ৰ্ট বন্ধ থাকিব। ইয়াৰোপৰি মুঠ দুটা
Category: Assamese News
চৈয়দ মুস্তাক আলী টুৰ্নামেণ্টৰ ছেমি ফাইনেলত অসম। কোৱাৰ্টাৰ ফাইনেলত কেৰালাক ৬ উইকেটত পৰাস্ত কৰে অসমে। প্ৰথমে বেটিং কৰি কেৰালাই সংগ্ৰহ কৰিছিল ১৫৮ ৰান। অসমে ১৭ অভাৰত ৪ উইকেট হেৰুৱাই উপনীত
৩৭ নং ৰাষ্ট্ৰীয় খেলৰ সাঁতোৰ প্ৰতিযোগিতা গল্ডেন গাৰ্ল আস্থা চৌধুৰীয়ে চমকপ্ৰদ প্ৰদৰ্শনৰে সোণৰ পদক, বিক্ৰম চেঙমাই ৰূপ পদকৰে উজ্জ্বলিল অসম গোৱাত অনুষ্ঠিত হৈ থকা ৩৭ নং ৰাষ্ট্ৰীয় খেলৰ সাঁতোৰ প্ৰতিযোগিতাৰ
ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষী কঠোৰ স্থিতি গ্ৰহন কৰাৰ মাজতে চাপৰমুখ তিনিআলিত ড্রাগছ বিৰোধী অভিযানত জব্দ হেৰ’ইন । লগতে আটক কৰা হয় দুই মহিলাক। ধৃত মহিলা দুগৰাকীৰ পৰা তিনিটা চাবোনৰ বাকচত
মহানগৰীত গুৱাহাটী আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ব্যাপক অভিযান অব্যাহত ৰখাৰ মাজতে চানমাৰিৰ অসম ইঞ্জিনিয়াৰিং কলেজৰ সমীপত আৰক্ষীৰ অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী। বুধবাৰে নিশা প্ৰায় তিনিবজাত বিশেষ সূত্ৰৰ পমখেদি আৰক্ষীয়ে ৩০টা কৰেক্সৰ বটল