সচৰাচৰ বয়স্ককালত বাত নাইবা অন্যান্য ৰোগৰ প্ৰভাৱত বা দেহত উপযুক্ত কেলচিয়াম ভিটামিন ডি , চি, ফচফৰাচ আদিৰ অভাৱত হাড় মাংসপেশী আদিৰ দুৰ্বলতাৰ বাবে ককাল , ৰাজহাড় আদি যিকোনো অংগত হোৱা বিষ হল — স্বাভাৱিক ৰোগৰ উপসৰ্গ । ( Assamese Health Tips ) অন্যহাতে মহিলাৰ অনিয়মীয়া ঋতুস্ৰাৱ বা প্ৰসৱ জনীত কাৰনত
Category: Assamese News
মেষ ৰাশি: আজি আপুনি অলপ বিভ্ৰান্ত হ’ব পাৰে। নিজৰ জেদী আচৰণ ত্যাগ কৰিব, কথা কওতে মধুৰতা বজাই ৰাখিব। আপুনি যিকোনো কাম সহজে কৰিব পাৰিব। কিন্তু কোনো নতুন কাম আৰম্ভ নকৰিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে বিবাদ হ’ব পাৰে। আজি আপোনাৰ ভ্ৰমণৰ সম্ভাৱনা আছে। বৃষ ৰাশি: আজিৰ দিনটো এই ৰাশিৰ জাতক-জাতিকাৰ বাবে এক মধ্যমীয়া ফলপ্ৰসূ
ৰাজ্যত পুনৰ এনকাউন্টাৰ। ধুবুৰীৰ বিলাসীপাৰাত ছফিকুল ইছলাম নামৰ যুৱকক এনকাউন্টাৰ। এক অভিযানত এটা পিষ্টল ৩ জাঁই সজীৱ গুলিসহ দুজন যুৱক আটক কৰিছিল আৰক্ষীয়ে। আটক হোৱা যুৱকদ্বয় ক্ৰমে মতিয়াৰ ৰহমান আৰু ছফিকুল ইছলাম। যুৱকদ্বয়ৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে 7.65 MM পিষ্টলসহ তিনি জাঁই গুলি। লগতে জব্দ কৰে এখন পালচাৰ বাইক। এনকাউন্টাৰ
মহানগৰীত কাঠফুলাৰ দৰে গঢ় লৈ উঠা একাংশ নিচামুক্তি কেন্দ্ৰ অনিয়ন্ত্ৰিত হৈ পৰিছে ৷ চিকিৎসাৰ বাবে থকা যুৱক ইজনৰ পাছত সিজনকৈ মৃত্যু হৈছে কে’বাটাই নিচামুক্তি কেন্দ্ৰত ৷ নিচামুক্তি কেন্দ্ৰত পুনৰ যুৱকৰ ৰহস্যজনক মৃত্যু ৷ মালিগাঁৱৰ সানভি ৱেলনেছ চেণ্টাৰত মৃত্যু হয় মিত্ৰ টাই নামৰ যুৱকজনৰ । পাঁচমাহ ধৰি চেণ্টাৰটোত আছিল ধেমাজীৰ মিত্ৰ
অভিযানত দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ। আৰক্ষীৰ জালত আকাশ আলী, জয়নাল আলী। ৬৪.৫ গ্ৰাম হেৰ’ইনসহ নগদ ১২ হাজাৰ টকাও জব্দ। ৬টাকৈ ম’বাইল ফোন, এখন পালছাৰ বাহনো জব্দ।