Category: Assamese News

যোৰহাটৰ ONGCত জিঅ’ স্পেছ ফাইবাৰৰ সুবিধা, দেশৰ প্ৰথমটো উপগ্ৰহ নিৰ্ভৰ গিগাফাইবাৰ সেৱা লাভ কৰিব যোৰহাটবাসীয়ে

যোৰহাটৰ ONGCত জিঅ’ স্পেছ ফাইবাৰৰ সুবিধা, দেশৰ প্ৰথমটো উপগ্ৰহ নিৰ্ভৰ গিগাফাইবাৰ সেৱা লাভ কৰিব যোৰহাটবাসীয়ে

যোৰহাটৰ ONGCত শুকুৰবাৰৰ পৰা উপলব্ধ হৈছে অত্যাধুনিক জিঅ’ স্পেছ ফাইবাৰ (Jio Space Fiber) ব্ৰডবেণ্ডৰ সুবিধা। Jioই আৰম্ভ কৰা জিঅ’ স্পেচ ফাইবাৰৰ সুবিধা দেশৰ আন তিনিটা স্থানৰ সৈতে যোৰহাটৰ ONGCয়ে লাভ কৰিছে। Jioৰ অন্যতম পৰিপূৰক প্লেটফৰ্ম ৰিলায়েঞ্চ জিঅ’ ইনফ’কম লিমিটেডে (Reliance Jio Infocomm Limited) নতুন দিল্লীত অয়োজন কৰা ইণ্ডিয়া মোবাইল কংগ্ৰেছ

নগাঁৱৰ কলিয়াবৰত প্ৰজন্মৰ বিশেষ পদক্ষেপ,তিনি শিক্ষাৰ্থীক জলপানি প্ৰদান

নগাঁৱৰ কলিয়াবৰত প্ৰজন্মৰ বিশেষ পদক্ষেপ,তিনি শিক্ষাৰ্থীক জলপানি প্ৰদান

নিউজ ব্যুৰ’,নগাঁও,২৭অক্টোবৰ:–শিক্ষা-সংস্কৃতি আৰু ক্ৰীড়াৰ ক্ষেত্ৰত জড়িত নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত গঢ়িবলৈ “প্ৰজন্ম কলিয়াবৰ” নামৰ এটি অগ্ৰণী অনুষ্ঠানে নগাঁও জিলাৰ কলিয়াবৰৰ বিভিন্ন ক্ষেত্ৰৰ তিনিগৰাকী ছাত্ৰ-ছাত্ৰীক শুক্ৰবাৰে জলপানি প্ৰদান কৰে। এই উপলক্ষে কলিয়াবৰ মহাবিদ্যালয় প্ৰাংগণত প্ৰজন্মৰ সভাপতি মণিমাধৱ মহন্তৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হয়। সভাত বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত হৈ কলিয়াবৰলৈ

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ সাধাৰণ পৰিষদৰ সভা

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ সাধাৰণ পৰিষদৰ সভা

নিউজ ব্যুৰ’,নগাঁও,২৭অক্টোবৰ:–উত্তৰ পূৰ্বাঞ্চলৰ সামাজিক-ধৰ্মীয়- সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ শিশু, আই-মাতৃ কল্যাণ সমিতিৰ সাধাৰণ পৰিষদৰ সভাখনি শুকুৰবাৰে অনুষ্ঠিত হৈ যায় । এই উপলক্ষে জিলা শাখা কাৰ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত সভাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অংশগ্ৰহণ কৰা আই মাতৃসকলৰ সমূহীয়া ঘোষাৰে সভাৰ শুভাৰম্ভণি কৰা হয় । নগাঁও জিলা শাখা

নগাঁৱৰ কচুৱাৰ লুটুমাৰীৰ যুৱক সদানন্দ বৰা সন্ধানহীন

নগাঁৱৰ কচুৱাৰ লুটুমাৰীৰ যুৱক সদানন্দ বৰা সন্ধানহীন

নিউজ ব্যুৰ’,নগাঁও,২৭অক্টোবৰ:–নগাঁও জিলাৰ কচুৱা আৰক্ষী থানাৰ এজন যুৱক সন্ধানহীন হৈ থকাৰ বাতৰিয়ে পৰিয়ালৰ সদস্যসকলক চিন্তিত কৰি তুলিছে সন্ধানহীন হৈ থকা যুৱকজন হৈছে লুটুমাৰীৰ সদানন্দ বৰা । বৰ্তমান যুৱকজনৰ লগত কোনো ধৰণৰ যোগাযোগ কৰিব পৰা নাই পৰিয়ালৰ সদস্যই । প্ৰাপ্ত বাতৰি মতে সদানন্দ বৰাই ২১অক্টোবৰত কৰ্মসূত্ৰে বহিঃৰাজ্যলৈ ৰেলৰে গৈ থকা অৱস্থাত

৫০১ টা মৃণ্ময় মূৰ্তিৰে সফলভাৱে সম্পন্ন হ’ল এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ দুৰ্গা পূজা!

৫০১ টা মৃণ্ময় মূৰ্তিৰে সফলভাৱে সম্পন্ন হ’ল এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ দুৰ্গা পূজা!

এছিয়াৰ ভিতৰতে আটাইতকৈ ডাঙৰ দুৰ্গা পূজা অনুষ্ঠিত কৰা হৈছিল বাংলাদেশৰ বাগেৰহাটৰ লিটন শিকদাৰ নামৰ ব্যৱসায়ীজনৰ ঘৰত। মঙলবাৰে বিজয়া দশমীৰ দিনা মা দুৰ্গাৰ বিসৰ্জন পৰ্বত হাজাৰ হাজাৰ লোকৰ সমাগম হয়। উদযাপন সমিতিয়ে জনোৱামতে পুৱা ৯-৪২ বজাত দুৰ্গা পূজাৰ ধ্ৰুপদী নিয়ম-কানুন অনুসৰি দশমী পূজাৰ সমাপ্ত কৰা হয়। এই সময়ছোৱাত উপস্থিত ভক্ত আৰু