🔴মহানগৰীৰ বেলতলাত অঘটন 🔴তীব্ৰবেগী ডাম্পাৰে মহটিয়ালে পূজা কমিটীৰ মূল তোৰণ 🔴বেলতলা লক্ষ্মী মন্দিৰ সাৰ্বজনীন দুৰ্গা পূজাৰ আছিল তোৰণখন 🔴চাৰিদিন পূৰ্বে নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছিল তোৰণখনৰ 🔴ডাম্পাৰখনে খুন্দিয়াই মহটিয়াই নিলে পদপথৰ দুখনকৈ দোকানো 🔴দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন ডাম্পাৰ চালকৰ 🔴দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ AS 01 KC 9789
Category: Assamese News
🔴৩ হাজাৰ টকা ঘোচ লৈ গ্ৰেপ্তাৰ আৰক্ষী বিষয়া মুকুট আলী 🔴বকোত গ্ৰেপ্তাৰ ঘোচখোৰ ASI গৰাকী 🔴এগৰাকী মহিলাৰ পৰা ধন লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ ASI গৰাকী
উৎকোচ লৈ আটক কামৰূপ জিলাৰ সহকাৰী আয়ুক্ত দিপাঙ্কৰ কলিতা। কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত আটক দিপাঙ্কৰ কলিতাক।
লণ্ডনত উজ্বলিল অসমৰ ফটোগ্ৰাফাৰ নেজিব আহমেদ ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ অৱ দ্য ইয়েৰ ৫৯ সংখ্যক অনুষ্ঠানলৈ আমন্ত্ৰণ লাভ কৰিছিল নেজিবে। প্ৰকৃতিপ্ৰেমী ফটোগ্ৰাফাৰ নেজিব আহমেদলৈ আগবঢ়ায় বিশেষ বঁটা।
৭ নৱেম্বৰৰ পৰা মিজোৰাম, মধ্য প্ৰদেশ, ৰাজস্থান, চট্টীশগড় আৰপ তেলেংগনাত অনুষ্ঠিত হ’ব এই নিৰ্বাচন। ইয়াৰ মাজতে আম আদমী পাৰ্টীয়ে কৰিছে এক ডাঙৰ ঘোষণা। মিজোৰাম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আম আদমী পাৰ্টীয়ে। ইয়াৰ বাবে আপে শীঘ্ৰেই আসনসমূহ ঘোষণা কৰিব জনায়। ৫ খনৰ ভিতৰত মিজোৰাম, ৰাজস্থান, মধ্য প্ৰদেশ, চট্টীশগড় বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা