Category: Assamese News

জালনোট ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান জালুকবাৰী আৰক্ষীৰ

জালনোট ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান জালুকবাৰী আৰক্ষীৰ

জালনোট ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান জালুকবাৰী আৰক্ষীৰ 🔷 অভিযানত জব্দ বৃহৎ পৰিমাণৰ নকল নোট 🔷২ লাখ ১৬ হাজাৰ ৫০০ টকা নকল নোট জব্দ 🔷অভিযানত আটক লখিমপুৰৰ মফিদুল ইছলামক

নাজিৰাৰ দোলাকাষৰীয়াত আৰক্ষী জোৱানৰ শূন্যলৈ গুলী

নাজিৰাৰ দোলাকাষৰীয়াত আৰক্ষী জোৱানৰ শূন্যলৈ গুলী

🔴নাজিৰাৰ দোলাকাষৰীয়াত আৰক্ষী জোৱানৰ শূন্যলৈ গুলী🔴ছাৰ্ভিচ পিষ্টলেৰে শূন্যলৈ গুলী জিন্টু বৰুৱাৰ🔴উল্লেখ্য, বিতর্কিত আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ দেহৰক্ষী আছিল জিন্টু🔴গেলেকী আৰক্ষীয়ে আটক কৰিছে জিন্টু বৰুৱাক

অমৃত কলহ যাত্ৰাত অংশ লৈ বিপদত কংগ্ৰেছৰ ২ নেতা

অমৃত কলহ যাত্ৰাত অংশ লৈ বিপদত কংগ্ৰেছৰ ২ নেতা

🔴অমৃত কলহ যাত্ৰাত অংশ লৈ বিপদত কংগ্ৰেছৰ ২ নেতা🔴মাটিয়া ব্লক কংগ্ৰেছৰ সভাপতি আইনুল হক চৌধুৰী আৰু গোৱালপাৰা মহিলা কংগ্ৰেছৰ সভানেত্ৰী আফ্ৰুজা বেগমক নিলম্বন

ধেমাজি অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

ধেমাজি অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

🔴ধেমাজি অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি🔴প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসালয়খনত উত্তেজনা🔴মৃত প্ৰসূতিগৰাকী চিচিবৰগাঁৱৰ ভাঙিদিয়াৰ লক্ষীমাই পেগু🔴ভুল চিকিৎসাৰ বলি হৈ প্ৰসূতিগৰাকীৰ মৃত্যুৰ অভিযোগ পৰিয়ালৰ

অৰুণাচলৰ টাৱাঙত নিৰুদ্দেশ অসমৰ যুৱক

অৰুণাচলৰ টাৱাঙত নিৰুদ্দেশ অসমৰ যুৱক

🔴অৰুণাচলৰ টাৱাঙত নিৰুদ্দেশ অসমৰ যুৱক🔴টাৱাঙৰ টাটা পাৱাৰ প্ৰজেক্টত চিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত আছিল নাৰায়ণপুৰৰ ভৰতপুৰ অৰূপ গগৈ🔴৮ অক্টোবৰৰ পৰা নিৰুদ্দেশ হৈ আছে যুৱকজন