মহিলাৰ ১৯ বছৰ অনূৰ্দ্ধ এদিনীয়া ক্ৰিকেটত অসমে প্ৰথম দুয়োখন মেচতে জয়লাভ কৰিছে । অন্ধ্ৰপ্ৰদেশৰ ভিজিয়ানগৰমত ৮ অক্টোবৰ, দেওবাৰে প্ৰথম মেচত অসমে বিহাৰক ৭ উইকেটত পৰাস্ত কৰাৰ পাছত মঙলবাৰে মিজোৰামক ৭৮
Category: Assamese News
🔴 যুদ্ধ পৰিস্থিতিৰ মাজতে ইজৰাইলত আৱদ্ধ শোণিতপুৰৰ ঠেলামৰাৰ এগৰাকী নাৰ্ছ।🔴 কৰ্মসূত্ৰে ইজৰাইলৰ তেল আভিভত আছে ভাৰতী শিৱকোটি নামৰ নাৰ্ছ গৰাকী।🔴 হঠাতে যুদ্ধ পৰিস্থিতি উদ্ভৱ হোৱাত উদ্বিগ্ন নাৰ্ছগৰাকী। উদ্বিগ্ন ঠেলামৰাৰ গৰুডুবাত
হাফ পেন্ট, ফটা জিনছ, স্কাৰ্ট, স্লিভলেছ আদি যুৱতীয়ে পৰিধান কৰি প্ৰৱেশ কৰিব নোৱাৰিব জগন্নাথ মন্দিৰত উৰিষ্যাৰ জগন্নাথ মন্দিৰ দৰ্শন কৰিবলৈ এতিয়াৰে পৰা ভক্ত সকলে মানি চলিব লাগিব বিভিন্ন নীতি নিয়ম।
শাৰদীয় দুৰ্গোৎসৱক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি। আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে পূজা মণ্ডপসমূহ। মৃণ্ময় মূৰ্তিত অন্তিম পৰশ দিয়াত ব্যস্ত মৃৎ শিল্পীসকল।
জালনোট ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান জালুকবাৰী আৰক্ষীৰ 🔷 অভিযানত জব্দ বৃহৎ পৰিমাণৰ নকল নোট 🔷২ লাখ ১৬ হাজাৰ ৫০০ টকা নকল নোট জব্দ 🔷অভিযানত আটক লখিমপুৰৰ মফিদুল ইছলামক