Category: Assamese News

স্মৃতিশক্তি বৃদ্ধিৰ বাবে এইবোৰ খাওক..

স্মৃতিশক্তি বৃদ্ধিৰ বাবে এইবোৰ খাওক..

স্মৃতি বিভ্ৰাটৰ ফলত অনেক সমস্যাৰ সন্মুখীন হ’ব লগাত পৰে৷ দৈনন্দিনৰ কাম-কাজত ই সাংঘাতিক বাধাৰ সৃষ্টি কৰে৷ ব্যস্ততাপূৰ্ণ আধুনিক জীৱনত স্মৃতিশক্তি হ্ৰাস পোৱাটো আজিকালি সাধাৰণ কথাত পৰিণত হৈছে৷ স্মৃতিশক্তি বৃদ্ধিৰ বাবে খাদ্য তালিকাত পুষ্টিগুণসমৃদ্ধ এইকেইটা ফল অন্তৰ্ভুক্ত কৰিলে ভাল ফল পাব পাৰি৷ ১] ব্লু-বেৰিঃ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে ব্লু-বেৰিৰ দৰে 

মই কংগ্ৰেছত যোগদান কৰিম বুলি একাংশই ভুৱা প্ৰচাৰ চলাইছে: সত্যব্ৰত কলিতা

মই কংগ্ৰেছত যোগদান কৰিম বুলি একাংশই ভুৱা প্ৰচাৰ চলাইছে: সত্যব্ৰত কলিতা

🔴 ‘মই কংগ্ৰেছত যোগদান কৰিম বুলি একাংশই ভুৱা প্ৰচাৰ চলাইছে ৷’ 🔴 ‘এজন সাংবাদিক, এজন বিধায়ক আৰু দলৰ এজন নেতা এই কাৰ্যৰ সৈতে জড়িত আছে৷’ 🔴 ‘সময়ত মই সেইসকলৰ নাম ৰাজহুৱা কৰিম, বিষয়টো তদন্ত কৰিবৰ বাবে মই সভাপতিক অনুৰোধ জনাইছো৷’ 🔴 অগপ নেতা সত্যব্ৰত কলিতাই কংগ্ৰেছত যোগদান কৰিব বুলি প্ৰচাৰ

ভৱানীপুৰ সৰভোগ সমষ্টিক বজালীত সংলগ্নৰ দাবীত অব্যাহত প্ৰতিবাদ..

ভৱানীপুৰ সৰভোগ সমষ্টিক বজালীত সংলগ্নৰ দাবীত অব্যাহত প্ৰতিবাদ..

ভৱানীপুৰ-সৰভোগ সমষ্টিক বজালী জিলাত অন্তৰ্ভূক্ত কৰা, সৰুপেটা ৰাজহ চক্ৰৰ অন্তৰ্গত বাসিন্দাসকলৰ সকলো চৰকাৰী প্ৰশাসনিক কাম কাজ ভৱানীপুৰ সৰভোগ সমষ্টিৰ হবলগীয়া উপজিলাৰ সদৰৰ পৰিবৰ্তে বজালী জিলা আয়ুক্ত কাৰ্যালয়ত বাহাল ৰখাৰ দাবীত চৰকাৰৰ সুমতি বিচাৰি আজি নাম প্ৰসংগৰে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিলে বজালীৰ বৃহত্তৰ পুঠিমাৰী, মেধিকুছি, উজানবৰবড়ী, শিয়ালমাৰী,

শিৱসাগৰত নিজ গৃহৰ ছাদত ধাৰাসাৰ গুলীচালনা পিতা-পুত্ৰৰ..

শিৱসাগৰত নিজ গৃহৰ ছাদত ধাৰাসাৰ গুলীচালনা পিতা-পুত্ৰৰ..

আগন্তুক এটা সপ্তাহৰ ভিতৰত শিৱসাগৰ-চৰাইদেউৰ কেইবাটাও গুৰুত্বপুৰ্ণ কাৰ্য্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাগৰাকীও মন্ত্ৰী- শীৰ্ষ আমোলাই অংশ গ্ৰহণ কৰিব বুলি ব্যাপক চৰ্চা চলি থকাৰ সময়তেই সামাজিক মাধ্যমত ভাইৰেল হোৱা এক ভয়ংকৰ গুলীচালনাৰ ঘটনাই সমগ্ৰ শিৱসাগৰ জিলাখনতেই তুমুল চাঞ্চল্যৰ সৃষ্টি হৈছে৷ এগৰাকী মৎস্য ব্যৱসায়ী আৰু তেওঁৰ পুত্ৰই নিজ বাসগৃহৰ

বেছি ঘাম ওলালে কোনো ৰোগৰো লক্ষণ হ’ব পাৰে..

বেছি ঘাম ওলালে কোনো ৰোগৰো লক্ষণ হ’ব পাৰে..

গ্ৰীষ্ম কালছোৱাত সাধাৰণতে মানুহৰ শৰীৰৰ পৰা ঘাম বাহিৰ হয়৷ কেতিয়াবা জোখতকৈ বেছি ঘাম ওলালে কোনো ৰোগৰো লক্ষণ হ’ব পাৰে৷ সেইবাবে শৰীৰৰ পৰা অতিৰিক্ত ঘাম বাহিৰ হ’লে চিকিৎসকৰ কাষ চাপিব লাগে৷ ঘামে শৰীৰ ঠাণ্ডা কৰি ৰখাত যিদৰে সহায় কৰে সেইদৰে কেতিয়াবা স্বাস্থ্যৰ বাবে ই বিপদো মাতি আনিব পাৰে৷ অতিৰিক্ত ঘাম ওলোৱাৰ