ৰুদ্ৰাক্ষ এক প্ৰকাৰৰ বনৰীয়া ফল হয়।যি গুল আকাৰৰ হয় আৰু হিমালয়ত উৎপন্ন হয়।ৰুদাক্ষ নেপালতো পোৱা যায়। ( Religious Studies ) ৰুদ্ৰাক্ষ হৈছে শক্তিৰে পৰিপূৰ্ণ এক শক্তিশালী অলংকাৰ, দুৰ্বল হৃদয়ৰ গৰাকীয়ে ইয়াক পিন্ধিব নোৱাৰে। অৱশ্যে, ই ব্যাপকভাৱে স্বাস্থ্য মন আৰু আত্মাৰ বাবে জনাজাত। ৰুদ্ৰাক্ষৰ ফল জামুকৰ সমান নীলা তথা বগৰীৰ সুৱাদৰ
Category: Assamese News
মহাদেৱৰ ফটো বা শিৱ লিংগ ঘৰত আছে নেকি! যদি আছে ভুলটো এই কাম নকৰিব! নহলে মহাদেৱৰ তাণ্ডব সহ্য কৰিব লাগিব। ( Religious Studies ) ভগৱান শিৱক পৃথিৱীৰ স্ৰষ্টা বুলি কোৱা হয়। যদি তেওঁ দয়া কৰে গোটেই জীৱন সমস্যাই স্পৰ্শ কৰিব নোঁৱাৰে আপোনাক। তদুপৰি ঘৰত সদায়ে সুখ, সমৃদ্ধি থাকে। কিন্তু মহাদেৱ
মহাদেৱ শিৱৰ বাদে বজৰংৱলী হনুমান একমাত্ৰ দেৱতা যি অতি সোনকালে সন্তোষ হয় আৰু ভক্তৰ কাম সিদ্ধি কৰে । ( Religious Studies ) হনুমান দেৱতাৰ গৌৰৱ চাৰিওটা যুগতে আছিল আৰু থাকিব, কিয়নো তেওঁ অমৰ। তেওঁ অমৰত্বৰে আশীৰ্বাদ প্ৰাপ্ত। তেওঁ যিমান সময় বিচাৰে সিমান সময় শৰীৰত থাকিব পাৰে আৰু এই পৃথিৱীত উপস্থিত
অক্টোবৰ মাহৰ আৰম্ভণিতে অৰ্থাৎ পহিলা তাৰিখতে ৰাশি পৰিৱৰ্তন কৰিছে বুধে। এতিয়া কন্যাত প্ৰৱেশ কৰিব এই গ্ৰহই। ইয়াৰ পিছত ১৯ অক্টোবৰত তুলা ৰাশিত প্ৰৱেশ কৰিব যুৱৰাজ বুধ। তুলা ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ। জ্যোতিষ মতে, শুক্ৰ আৰু বুধৰ মাজত বন্ধুত্বৰ সম্পৰ্ক আছে। তুলা ৰাশিত ৬ নৱেম্বৰ পৰ্যন্ত বুধত অৱস্থান কৰিব। তাৰ পিছত
মেষ ৰাশি: আপুনি আজি যথেষ্ট আৱেগিক হৈ থাকিব। আপুনি মাতৃৰ স্বাস্থ্যৰ বিষয়ে চিন্তিত হ’ব পাৰে। খাদ্য আৰু টোপনিত অনিয়ম হ’ব। শিক্ষাৰ্থীসকলৰ বাবে সময় মজলীয়া হ’ব। মানসিক শান্তিৰ বাবে আধ্যাত্মিকতাৰ আশ্ৰয় ল’ব পাৰে। ৰিয়েল ইষ্টেট সম্পৰ্কীয় আলোচনা পৰিহাৰ কৰা উচিত। বৃষ ৰাশি: আজি দিনটো আপোনাৰ সুখেৰে পাৰ হ’ব। আপুনি অতি আৱেগিক