হঠাৎ নিৰুদ্দেশ হৈ পৰা মৌচুমী গগৈ প্ৰকৃততে গ’ল ক’লৈ? পত্নীক বিচাৰি এতিয়া হাহাকাৰ স্বামীৰ
Category: Assamese News
ভাত আপুনি সদায় খায়৷ কোনাবা দিনা আমিষ কোনোবা দিনা নিৰামিষ ৷ আপুনি যদি সাত মিনিটৰ ভিতৰত দুই কিলোগ্ৰামতকৈ অধিক ভাত খাব পাৰে তেন্তে আপোনাৰ বাবে এই ভাল খবৰ । হয়, আমি আপোনাক জনাবলৈ লৈছো এক ব্যতিক্ৰমী এক প্ৰতিযোগিতাৰ বিষয়ে। শিৱসাগৰৰ মগৰাহাটত এইবাৰ আপোনাক এসাঁজ ভাত খোৱাবলৈ চলিছে আৰম্বপূৰ্ণ আয়োজন।
বিদ্যালয়তে বিশেষভাৱে সক্ষম ছাত্ৰীক ধৰ্ষণৰ অপচেষ্টা শিক্ষকৰ
এছিয়ান গেমছত প্ৰথমবাৰৰ বাবে ১০০ টা পদক লাভ কৰাৰ দিশে আগবাঢ়িছে ভাৰত। এই পৰ্যন্ত ২১টা সোণ, ৩৩টা ৰূপ, ৩৯টা ব্ৰঞ্জসহ মুঠ ৯৩টা পদক লাভ কৰি চতুৰ্থ স্থানত থকা ভাৰতে নিশ্চিত কৰিছে আন ৭টাকৈ পদক। এই ৭ পদকৰ চূড়ান্ত প্ৰতিযোগিতা বৰ্তমানলৈ সম্পন্ন হোৱা নাই যদিও পদক নিশ্চিত কৰাৰ লগে লগে তালিকাত
আগন্তুক ৩ দিনলৈ ৰাজ্যত অব্যাহত থাকিব বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত প্ৰকাশ কৰিছে আগন্তুক ৯ অক্টোবৰলৈ বতৰৰ আগজাননী। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা আগজাননী অনুসৰি ৯ অক্টোবৰলৈ ৰাজ্যত প্ৰৱল বৰষুণ লগতে ব্ৰজপাত হোৱাৰ সম্ভাৱনা আছে। গুৱাহাটীৰ আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে কেইবাখনো জিলাত আজিৰ দিনটোত বৰষুণ অব্যাহত