Category: Assamese News

অসম এথলেটিক সন্থাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সম্পন্ন

অসম এথলেটিক সন্থাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সম্পন্ন

গুৱাহাটী ৩অক্টোবৰ ২০২৩-: অসম এথলেটিকছ সন্থাৰ নৱ নিৰ্বাচিত সমিতিয়ে আজি মহানগৰীৰ ৰয়েল ডি কাছা হোটেলত নতুন কমিটিৰ সকলোৰে উপস্থিতিত এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ আয়োজন কৰে। ৰাজ্যৰ কেবিনট মন্ত্ৰী তথা অসম এথলেটিক সন্থাৰ নৱ-নিৰ্বাচিত সভাপতি জয়ন্তমল্ল বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত অসমৰ এথলেটিক জগতখনৰ উত্তৰণ তথা এথলীট সকলৰ উন্নতমানৰ প্ৰশিক্ষনৰ বিষয়

কংগ্ৰেছ নেত্ৰী অংকিতা দত্তই শীঘ্রে যোগদান কৰিব অসম জাতীয় পৰিষদত!

কংগ্ৰেছ নেত্ৰী অংকিতা দত্তই শীঘ্রে যোগদান কৰিব অসম জাতীয় পৰিষদত!

কেইবাগৰাকীও ৰাজনৈতিক নেতা-নেত্রীসহ এজেপিত যোগদান কৰিব দত্তই। সোমবাৰৰ সন্ধিয়াৰ পৰা এই চৰ্চা চলিছে ৰাজনৈতিক মহলত। উল্লেখ্য যে, অসম জাতীয় পৰিষদৰ ‘এক অসম যাত্রা’ কাৰ্যসূচীৰ বাবে শিৱসাগৰত সোমবাৰৰ দিনটোত উপস্থিত হয় দলটোৰ নেতৃত্ব। সন্ধিয়াৰ ভাগত দলটোৰ নেতৃত্বৰ সৈতে অংকিতা দত্তৰে গোপন বৈঠকত বহাৰ পিছতে দত্তই অসম জাতীয় পৰিষদত যোগদান কৰিব বুলি

বিশিষ্ট কবি,ৰাংচিনা কনিষ্ঠ মহাবিদ্যালয়ৰ সহকাৰী গ্ৰন্থাগাৰিক গীতা হেতাৰীৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

বিশিষ্ট কবি,ৰাংচিনা কনিষ্ঠ মহাবিদ্যালয়ৰ সহকাৰী গ্ৰন্থাগাৰিক গীতা হেতাৰীৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

  নিউজ ব্যুৰ’,নগাঁও,২অক্টোবৰ:–বিশিষ্ট প্ৰচাৰ বিমুখ কবি তথা পশ্চিম কাৰ্বি-আংলং জিলাৰ ডংকাম’কামৰ ৰাংছিনা জুনিয়ৰ কলেজৰ সহকাৰী গ্ৰন্থাগাৰিক গীতা হেতাৰীৰ স্মৃতিচাৰণ সভাখনি সোমবাৰে প্ৰয়াত তথা স্বামী আৰক্ষী বিষয়া কুশ চন্দ্ৰ দেউৰীৰ বাসগৃহত অনুষ্ঠিত হয়। বিশিষ্ট শিক্ষাবিদ তথা অভিনয় শিল্পী সুজিত কুমাৰ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিতে ফুলগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক জ্যোতিশংকৰ

নগাঁৱৰ বঢ়মপুৰত অসম কৃষি বিশ্ববিদ্যালয় আৰু নৱম আৰক্ষী বাহিনীৰ যুটীয়া উদ্যোগত “লা” খেতিৰ প্ৰশিক্ষণ

নগাঁৱৰ বঢ়মপুৰত অসম কৃষি বিশ্ববিদ্যালয় আৰু নৱম আৰক্ষী বাহিনীৰ যুটীয়া উদ্যোগত “লা” খেতিৰ প্ৰশিক্ষণ

নিউজ ব্যুৰ’,নগাঁও,২অক্টোবৰ:–অসম আৰক্ষী দিৱসৰ লগত সংগতি ৰাখি অসম কৃষি বিশ্ববিদ্যালয় আৰু নগাঁও জিলাৰ বঢ়মপুৰৰ নৱম আৰক্ষী বাহিনীৰ যুটীয়া উদ্যোগত ৰবিবাৰে নিবনুৱা যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ বাবে “লা”ৰ বৈজ্ঞানিক আৰু বাণিজ্যিক খেতিৰ ওপৰত এখনি এদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । বঢ়মপুৰৰ নৱম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত এই কৰ্মশালাখনি অনুষ্ঠিত কৰাত বিশেষ