Category: Assamese News

দৌৰিলেই ফোপনি উঠে নেকি! মনত ৰাখক এই টিপ্‌ছ

দৌৰিলেই ফোপনি উঠে নেকি! মনত ৰাখক এই টিপ্‌ছ

অলপ দৌৰিলেই ফোপনি উঠে নেকি? এই সমস্যা দূৰ কৰিবলৈ হ’লে কেতবোৰ কথাৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগিব৷ দৌৰিবৰ বাবে পেশীৰ প্ৰচুৰ পৰিমাণে এনাৰ্জিৰ প্ৰয়োজন হয়৷ এই সময়ত আমাৰ শৰীৰে অধিক মাত্ৰাত কাৰ্বনডাই অক্সাইড প্ৰস্তুত কৰে৷ যাৰ বাবে শৰীৰত অধিক অক্সিজেনৰ প্ৰয়োজন হয়৷ এই শ্বাস-প্ৰশ্বাসৰ দুৰ্বল পৰিৱৰ্তনৰ বাবে বহুজনৰ অলপ দৌৰিলেই

টোপনিত মানুহৰ মৃত্যু হয় কিয়?

টোপনিত মানুহৰ মৃত্যু হয় কিয়?

জন্মিলে মানুহৰ এদিন মৃত্যু হ’বই– এয়া প্ৰকৃতিৰ নিয়ম, চিৰন্তন সত্য৷ কিন্তু কাৰ কেতিয়া কেনেকৈ মৃত্যু হয় সেয়া জনাটো সম্ভৱ নহয়৷ কাৰোবাৰ মৃত্যু হয় খোজ কাঢ়ি থাকোতেই, কাৰোবাৰ বিভিন্ন ৰোগত, কাৰোবাৰ মৃত্যু হয় দুৰ্ঘটনাত, কাৰোবাৰ আকৌ টোপনিতে মৃত্যু হয়৷ এনেদৰে টোপনিতে মৃত্যু হোৱাৰ কাৰণ কি? এই সন্দৰ্ভত দীৰ্ঘদিন ধৰি চলি আছে

বিয়াৰ পাছত শকত নহবলৈ কি কৰিব?

বিয়াৰ পাছত শকত নহবলৈ কি কৰিব?

ভাৰতবৰ্ষৰ অধিকাংশ মহিলাই বিবাহৰ পাছত সাধাৰণতে শকত হয়৷ দেশৰ অধিকাংশ নাৰীৰ ক্ষেত্ৰতে বিবাহৰ পৰৱৰ্তী সময়ত শকত হোৱা আৰু ওজন বৃদ্ধি হোৱা পৰিলক্ষিত হয়৷ বিয়াৰ পাছত পৰিয়ালৰ দায়িত্ব আৰু কৰ্তব্য এনেদৰে বৃদ্ধি পায় যে নিজৰ খেয়াল ৰাখিবলৈ সময়েই উলিয়াব নোৱাৰে৷ যাৰ বাবে ওজন বাঢ়ি যায় আৰু প্ৰয়োজনকৈ অধিক শকত হৈ পৰে৷

সন্তানক সন্তুষ্ট কৰিবলৈ আপুনি কি কি কৰিব?

সন্তানক সন্তুষ্ট কৰিবলৈ আপুনি কি কি কৰিব?

সন্তান এটিক আদৰ্শগত মানুহ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত পিতৃ-মাতৃৰ ভূমিকা অপৰিসীম৷ সন্তান এটিক সঠিক পথেৰে শিকাই-বুজাই নিয়াৰ গুৰু দায়িত্ব পিতৃ-মাতৃৰ ওপৰতে নিৰ্ভৰ কৰে৷ সন্তানটিৰ চাল-চলন, আচাৰ-আচৰণ, কাম-কাজ দেখিলেই বুজিব পাৰি সি সঠিক পথেৰে বাট বুলিছেনে নাই৷ বহু ক্ষেত্ৰত দেখা যায় কিছুমান ল’ৰা-ছোৱালী ‘বদ মেজাজি’ হয়৷ সামান্য কথাতে চিৎকাৰ কৰা, খং

আপোনাৰ মোবাইলটো গৰম হৈ গ’লে কি কৰিব?

আপোনাৰ মোবাইলটো গৰম হৈ গ’লে কি কৰিব?

এতিয়া স্মাৰ্টফোনৰ প্ৰচেছিঙৰ শক্তি বৃদ্ধি পাইছে৷ তাৰ লগতে আছে ডাঙৰ বেটাৰী আৰু দ্ৰুতগতিৰ চাৰ্জিং প্ৰযুক্তি৷ ফলত বহু সময়ত স্মাৰ্টফোন খুবেই গৰম হৈ যায়৷ কামৰ সময়, চাৰ্জ দিয়াৰ সময়, ভিডিঅ’ চোৱা বা ৰেকৰ্ডিং কৰাৰ সময় কিম্বা গেম খেলা বা কোনো গধুৰ এপ্‌ ব্যৱহাৰৰ সময়ত ফোনটো বেছি গৰম হৈ যায়৷ অধিকাংশ ক্ষেত্ৰতে