এছিয়ান গেমছত অসম সন্তান অম্লান বৰগোঁহাইৰ সাফল্য ২১:০৮ চেকেণ্ডত তৃতীয় পুৰুষৰ ২০০মিটাৰ দৌৰ সম্পন্ন কৰি ছেমি ফাইনেলত প্ৰৱেশ অম্লানৰ। অম্লানৰ সাফল্যত উৎফুল্লিত ৰাজ্যবাসী।
Category: Assamese News
নিউজ ব্যুৰ’,নগাঁও,৩০ছেপ্তেম্বৰ:- নগাঁও জিলাৰ বাৰপূজীয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ ৰহা সামূহিক স্বাস্থ্য কেন্দ্ৰত কালি এখনি “আয়ুষ্মান ভৱ” মেলা অনুষ্ঠিত হৈ যায় । ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে ফিটা কাটি শুভাৰম্ভ কৰা স্বাস্থ্যমেলাখনিত বাৰপূজীয়া প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ মহকুমা চিকিৎসা বিষয়া ডাঃ গুণ গোবিন্দ দত্তৰ লগতে বহু কেইগৰাকী চিকিৎসক
নগাঁও কলেজ (অট’নমাচ) আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ মাজত সম্পাদন স্নাতকোত্তৰ ফ’ৰেনচিক চায়েন্স ডিপ্লমা পাঠ্যক্ৰমৰ বুজাবুজি চুক্তি নিউজ ব্যুৰ’,নগাঁও,৩০ছেপ্টেম্বৰ:–নগাঁও কলেজ (অট’নমাচ) আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ মাজত শনিবাৰে সম্পাদন হ’ল স্নাতকোত্তৰ ফ’ৰেনচিক চায়েন্স ডিপ্লমা পাঠ্যক্ৰমৰ বুজাবুজি চুক্তি । চুক্তিৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ
এইবাৰ চাইবাৰ অপৰাধীৰ টাৰ্গেট হৈ পৰিছে মহানগৰীৰ শিক্ষানুষ্ঠান ৷ ইতিমধ্যে অপৰাধী চক্ৰৰ জালত পৰিছে বেলতলা কণিষ্ঠ মহাবিদ্যালয়ৰ অৰ্ধশতাধিক শিক্ষাৰ্থী। ইয়াকে লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় শিক্ষানুষ্ঠান খনত ৷ প্ৰাপ্ত খবৰ অনুসৰি চাইবাৰ অপৰাধী চক্ৰ এটাই হোৱাটচআপ গ্ৰুপৰ পৰা কে’বাগৰাকীমান ছাত্ৰীৰ ফটো সংগ্ৰহ কৰি পৰৱৰ্তী সময়ত ‘AI’ ব্যৱহাৰ কৰি ‘Deep Fake’
পুনৰ বৃদ্ধি পালে ৰন্ধন গেছ চিলিণ্ডাৰৰ দাম ২০৯ টকাকৈ বৃদ্ধি পালে ১৯ কেজিৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য