Category: Assamese News

হালধি গুড়িতকৈ কেঁচা হালধি স্বাস্থ্যৰ বাবে অধিক উপকাৰী, জানো আহক ইয়াৰ ব্যৱহাৰ…

হালধি গুড়িতকৈ কেঁচা হালধি স্বাস্থ্যৰ বাবে অধিক উপকাৰী, জানো আহক ইয়াৰ ব্যৱহাৰ…

কেঁচা হালধি আৰু হালধি পাউডাৰ দুয়োটাই স্বাস্থ্যৰ বাবে অতি উপকাৰী যদিও কেঁচা হালধি কিছুমান ক্ষেত্ৰত অধিক উপকাৰী বুলি কোৱা হয়। কেঁচা হলধিত কাৰকুমিন আৰু অন্যান্য পুষ্টিকৰ উপাদান প্ৰচুৰ পৰিমাণে পোৱা যায়। কেঁচা হালধি হৈছে এনে এক ছুপাৰফুড য’ত বহুতো পুষ্টি আৰু ঔষধি গুণ পোৱা যায়। নিয়মিতভাৱে কেঁচা হালধি সেৱন কৰিলে

ডিপ্ৰেছনৰ সৈতে গাখীৰৰ আছে গভীৰ সম্পৰ্ক, মানসিক চাপৰ পৰাও দিয়ে সকাহ…

ডিপ্ৰেছনৰ সৈতে গাখীৰৰ আছে গভীৰ সম্পৰ্ক, মানসিক চাপৰ পৰাও দিয়ে সকাহ…

প্ৰতিযোগিতামূলক এই পৃথিৱীত হতাশা আৰু উদ্বেগ দ্ৰুতগতিত বৃদ্ধি পাব ধৰিছে। কৰ্মৰ মানসিক চাপেই হওক, সম্পৰ্কৰ মানসিক চাপেই হওক বা প্ৰতিযোগিতাৰ মানসিক চাপেই হওক, এই সকলোবোৰ কথাই মানসিক স্বাস্থ্যৰ ওপৰত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়। সেয়েহে চিকিৎসকসকলেও শাৰীৰিক ফিটনেছৰ লগতে মানসিক ফিটনেছৰ ওপৰত গুৰুত্ব দিবলৈ পৰামৰ্শ দিয়ে। মানসিক ফিটনেছৰ কথা ক’বলৈ গ’লে খাদ্য

চাৰিদিনৰ ভিতৰত কংগ্ৰেছৰ কোন নেতাই যোগ দিব বিজেপিত? কি ইংগিত দিলে পীযূষ হাজৰিকা–প্ৰশান্ত ফুকনে?

চাৰিদিনৰ ভিতৰত কংগ্ৰেছৰ কোন নেতাই যোগ দিব বিজেপিত? কি ইংগিত দিলে পীযূষ হাজৰিকা–প্ৰশান্ত ফুকনে?

‘আঙুলি মূৰত হিচাপ কৰি ৰাখক, মাত্ৰ চাৰি দিন ৷ চাৰিদিনৰ ভিতৰত বিজেপিত যোগ দিব কংগ্ৰেছী নেতাই৷’’ – সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য কৰিলে ডিব্ৰুগড়়ৰ বিধায়ক প্ৰশান্ত ফুকনে৷ অৱশ্যে বিজেপিত যোগ দিবলগীয়া কোন সেইসকল কংগ্ৰেছী বুলি সাংবাদিকে কৰা প্ৰশ্নৰ কোনো উত্তৰ নিদিলে বিধায়কগৰাকীয়ে৷ মাথোঁ সেইসকল নেতা কংগ্ৰেছৰ হাই প্ৰফাইল নেতা বুলি

উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীক আহমেদাবাদত নিৰ্মম প্ৰহাৰ! CCTVত বন্দী ভয়ংকৰ দৃশ্য, চাওক ভিডিঅ’

উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীক আহমেদাবাদত নিৰ্মম প্ৰহাৰ! CCTVত বন্দী ভয়ংকৰ দৃশ্য, চাওক ভিডিঅ’

গুজৰাটৰ আহমেদাবাদত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীক নিৰ্মম প্ৰহাৰ। দুজন লোকৰ সন্মুখতে আন এজনে উপৰ্যুপৰি প্ৰহাৰ কৰে যুৱতীগৰাকীক। চৰ, গোৰ, ভুকু, ঘোচাৰ লগতে চুলিত ধৰি এটা কোঠাৰ ভিতৰলৈ সুমুৱাই নিছে যুৱতীক। লোকজনৰ প্ৰহাৰৰ এই সমগ্ৰ দৃশ্য বন্দী হৈ ৰ’ল চিচিটিভি কেমেৰাত। যুৱতীগৰাকীৰ শৰীৰৰ কাপোৰ পৰ্যন্ত ফালি চিৰাচিৰ কৰিলে মানৱ ৰূপী দানৱটোৱে। আহমেদাবাদৰ সিন্ধু

শাৰীৰিক সম্পৰ্কৰ বাবে অমান্তি হোৱা বাবে কিশোৰীক হত্যা, তাৰ পিছত জঘন্য ঘটনা

শাৰীৰিক সম্পৰ্কৰ বাবে অমান্তি হোৱা বাবে কিশোৰীক হত্যা, তাৰ পিছত জঘন্য ঘটনা

এটা মোবাইল নম্বৰৰ আঁত ধৰি অসম আৰক্ষীয়ে জালত পেলালে ৩টা নৰপিশাচক। এখন ডায়েৰীত লিখি থোৱা আছিল নম্বৰটো। ডায়েৰীখন আছিল ১৪ বছৰীয়া এগৰাকী কিশোৰীৰ। ৯ ছেপ্টেম্বৰৰ নিশা নৃশংস হত্যাকাণ্ডৰ বলি হৈছিল কিশোৰীগৰাকী। মৰণোত্তৰ পৰীক্ষাত ধৰা পৰিছিল শিহৰণকাৰী তথ্য। যি তথ্য দেখি গা শিয়ৰি উঠিছিল আৰক্ষীৰ। কি আছিল মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত? হত্যা