মণিপুৰৰ দুই ছাত্ৰৰ অকাল মৃত্যুত শোক প্ৰকাশ কৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। বুধবাৰে সাংসদগৰাকীয়ে দিল্লীত সংবাদমেল সম্বোধন কৰি দুই ছাত্ৰৰ মৃত্যুত শোক প্ৰকাশ কৰি তেওঁ কয় যে, অনতি পলমে চৰকাৰে অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। লগতে তেওঁ কয়- “শিক্ষাৰ্থীসকল ৰাজপথলৈ আহিছে,প্ৰতিবাদ কৰিছে। কংগ্ৰেছ দলে মণিপুৰৰ শিক্ষাৰ্থীসকলৰ বেদনা আৰু
Category: Assamese News
বিগত শনিবাৰে দক্ষিণ কামৰূপৰ ৰামপুৰত নাগাৰ নাম পৰিৱেশন কৰিবলৈ গৈছিল কৰিশ্মা নাথ আৰু তেওঁৰ দল। শনি পূজা উপলক্ষে ৰামপুৰত নাম পৰিৱেশনৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল কৰিশ্মা নাথক। ৰামপুৰ শনি মন্দিৰত নাম পৰিৱেশনৰ পিছত কমিটীয়ে কৰিশ্মাৰ দলক সম্পূৰ্ণ মাননী পৰিশোধ নকৰাৰ অভিযোগত কাষ চাপিছিল বিজয় নগৰ আৰক্ষী চকীৰ। কমিটীয়ে চুক্তি মতে
এছিয়ান গেমছৰ তৃতীয় দিনাও পদক অহা আৰম্ভ কৰিছে ভাৰতৰ। ১৭ বছৰীয়া কিশোৰী নেহা ঠাকুৰে আঁজুৰি আনিলে ৰূপৰ পদক। Dinghy – ILCA 4 কেটেগৰীত ১১ ৰেচৰ পিছত ২৭ পইণ্ট পালে নেহাই। থাইলেণ্ডৰ নোপ্পাছোৰন খুনবোনজানে লাভ কৰে স্বৰ্ণপদক। তেওঁৰ পইণ্ট ১৬। ছিংগাপুৰৰ কেইৰা মাৰি কাৰ্লিয়েলে লাভ কৰে ব্ৰঞ্জৰ পদক। তেওঁ লাভ কৰে
এছিয়ান গেমছত (Asian Games 2023) আজি একাধিক ক্ৰীড়া প্ৰতিযোগিতাত ভাৰতৰ খেলুৱৈসকলে অংশ ল’ব। ভাৰতৰ খেলুৱৈসকলে বক্সিং (Boxing) আৰু শ্বুটিঙৰ (Shooting game) পৰা আৰম্ভ কৰি ইস্পোৰ্টছ আৰু চেইলিংলৈকে সকলোতে প্ৰতিযোগিতাৰ বাবে সাজু হৈছে। পুৱা ৫ বাজি ৩০ মিনিটত আৰম্ভ হোৱা এছিয়েন গেমছৰ ড্ৰেচেজ প্ৰিক্স ছেইণ্ট-জৰ্জেছ ইভেণ্টত (Dressage Prix St-George’s event) হৃদয়
পৰকীয়া প্ৰেম কৰিব গৈ বিপদত পৰিল বিবাহিত মহিলা