তিনিচুকীয়া ৰে’লৱে ষ্টেচনত RPF-ৰ অভিযান। বৃহৎ পৰিমাণৰ চুপাৰি, বিদেশী চিগাৰেটসহ এজনক আটক। অভিযানত জব্দ ১ কুইণ্টল চুপাৰি, ৫০ বাণ্ডিল পেৰিজ চিগাৰেট, ৪৮ বাণ্ডিল উইনচ্ চিগাৰেট।
Category: Assamese News
কৰম পূজা মূলতঃ অসমৰ চাহ জনগোষ্ঠীসকলৰ মাজত উদযাপন কৰা জনপ্ৰিয় আৰু তাৎপৰ্য্যপূৰ্ণ অনুষ্ঠান। ই এক কৃষিভিত্তিক পৰ্ব। অসমৰ চাহ জনগোষ্ঠীয় লোকসকলৰ মাজত অতি উলাহ-মালহেৰে পালন কৰা হয় এই উৎসৱ। ইতিমধ্যে এই পৰ্ব উপলক্ষে চাহ জনগোষ্ঠীয় অঞ্চলসমূহত ব্যাপক আয়োজন কৰা হৈছে। ঠাই বিশেষে এই উৎসৱ ৩ দিন,৫দিন তথা ৭দিন পৰ্য্যন্ত পালন
বিবাহ সম্পন্ন হ’ল পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাৰ বিবাহপাশত আবদ্ধ হ’ল বলীউডৰ অভিনেত্ৰী পৰিণীতি চৌপ্ৰা আৰু আপৰ নেতা ৰাঘৱ চড্ডা।দেওবাৰে উদয়পুৰৰ লীলা পেলেচত বিবাহৰ বান্ধোনত বান্ধ খালে দুয়ো।
অভিলেখ!এছিয়ান গেমছত প্ৰথমটো স্বৰ্ণ পদক লাভ ভাৰতৰ। ১০ মিটাৰ এয়াৰ ৰাইফল শ্বুটিঙত স্বৰ্ণ পদক লাভ কৰে। এছিয়ান গেমছৰ পদক তালিকাৰ পঞ্চম স্থানত ভাৰত। বৰ্তমানলৈকে ১১টা পদক লাভ কৰিছে ভাৰতে। ইয়াৰ ভিতৰত আছে ২ টা সোণ, ৩ টা ৰূপ আৰু ৬টা ব্ৰঞ্জৰ পদক।
গোলাঘাটত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ট্ৰাকত অহা অচিনাক্ত দুৰ্বৃত্তই কাটি থৈ গল এজন যুৱকৰ হাত 🔷 দুৰ্বৃত্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বিপৰীতে পিতৃক কৃত্ৰিম হাত এখনহে লগাই দিবলৈ পৰামৰ্শ আৰক্ষীৰ। 🔷 গোলাঘাট আৰক্ষীৰ দায়িত্বজ্ঞানহীনতাত ক্ষোভ প্ৰকাশ কৰি টুইটযোগে ব্যৱস্থা গ্ৰহণৰ আহ্বান বিধায়ক মৃনাল শইকীয়াৰ। 🔷 মৃণাল শইকীয়াৰ টুইটৰ পিছতে আৰক্ষী