Category: Assamese News

প্ৰয়োজন নাই ইন্টাৰনেটৰ, এতিয়াৰ পৰা ফোন কল কৰিয়েই কৰিব পাৰিব UPI পেমেন্ট

প্ৰয়োজন নাই ইন্টাৰনেটৰ, এতিয়াৰ পৰা ফোন কল কৰিয়েই কৰিব পাৰিব UPI পেমেন্ট

আজিকালি ইন্টাৰনেট সেৱাৰ বাবে স্মাৰ্টফোন থাকিলে বহু কাম ঘৰতে সহজে কৰিব পৰা যায়। এতিয়া বেংকত গৈ দীঘলীয়া লাইন দিব নালাগে। যদি আপোনাৰ ইণ্টাৰনেট আছে তেন্তে ঘৰতে একাধিক বেংকিং কাম কৰিব পাৰিব। কিন্তু ধৰি লওক আপোনাৰ ইণ্টাৰনেট শেষ হৈছে বা আপোনাৰ এটা সাধাৰণ ফোন আছে, তেতিয়া কি কৰিব? এতিয়াৰ পৰা ইণ্টাৰনেট

১৫০০ টকাৰ বাবে মহিলাক উলংগ কৰি প্ৰহাৰ, খুৱালে প্ৰস্ৰাৱ!

১৫০০ টকাৰ বাবে মহিলাক উলংগ কৰি প্ৰহাৰ, খুৱালে প্ৰস্ৰাৱ!

ধাৰে দিয়া টকা ঘূৰাই বিচাৰি মানুহে বহু কিবাকিবিয়ে কৰে, পিছে এই দুটা নিধক পিতা-পুত্ৰই এগৰাকী মহিলাক যেনেদৰে নিৰ্যাতন চলালে সেয়াই যেন সকলোকে চেৰ পেলালে। ঘটনাটো বিহাৰৰ। পাটনাৰ খুছৰুপুৰ নামৰ এখন প্ৰত্যন্ত গাঁৱৰ ঘটনা। গাঁওখনৰ এটা অঞ্চলত কেই ঘৰমান মহাদলিত লোকে বাস কৰে। এইসকল মহাদলিত লোকৰ ওপৰত বৰমতা দেখুৱাই প্ৰমোদ সিং

এছিয়ান গেমছত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ স্বৰ্ণ অৰ্জন…

এছিয়ান গেমছত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ স্বৰ্ণ অৰ্জন…

ভাৰতে ফাইনেলত শ্ৰীলংকাক পৰাস্ত কৰি এছিয়ান গেমছৰ মহিলা ক্ৰিকেটত স্বৰ্ণপদক অৰ্জন কৰিছে। এছিয়ান গেমছৰ ক্ৰিকেট ইভেণ্টত প্ৰথমবাৰতে স্বৰ্ণপদক অৰ্জন কৰিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে। ভাৰতৰ ১১৭ ৰানৰ লক্ষ্য অনুসৰণ কৰি গৈ শ্ৰীলংকাই ২০ অভাৰত ৮ উইকেটত ৯৭ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ভাৰতিৰ জয়ত বেগী বলাৰ তিতাছ সাধুৱে গুৰুত্বপূৰ্ণ ভূমিকা

ডায়েবেটিছ ৰোগীৰ স্বাস্থ্যৰ বাবে আশীৰ্বাদতকৈ কম নহয় ৰাজমাহ, জানো আহক ইয়াৰ উপকাৰিতা

ডায়েবেটিছ ৰোগীৰ স্বাস্থ্যৰ বাবে আশীৰ্বাদতকৈ কম নহয় ৰাজমাহ, জানো আহক ইয়াৰ উপকাৰিতা

ৰাজমাহ খালে বহু ৰোগৰ সম্ভাৱনা হ্ৰাস পাব পাৰে। ডায়েবেটিছ ৰোগীৰ বাবে ৰাজমাহ অতি উপকাৰী বুলি কোৱা হয়। আপুনি আপোনাৰ খাদ্যত ৰাজমাহ বহু ধৰণে অন্তৰ্ভুক্ত কৰিব পাৰে। বহুতে ৰাজমাহ ভাতৰ সৈতে খাই ভাল পায়। স্বাস্থ্যৰ বাবেও ৰাজমাহ উপকাৰী বুলি বিবেচিত হৈছে। এইটো যথেষ্ট স্বাস্থ্যকৰ খাদ্য। ইয়াৰ প্ৰতিটো কণিকাতে পুষ্টিকৰ উপাদানৰ ভঁৰাল