শীতকালত নখৰ ওচৰৰ ছাল এৰাই বাৰে বাৰে আমনি কৰে নি! তেতিয়া হলে এই ঘৰুৱা প্ৰতিকাৰ গ্ৰহণ কৰক। ( Assamese Beauty Tips ) #শীতকালত বহু লোকৰ হাতৰ আঙুলিৰ নখৰ পৰা ছাল এৰাই যোৱাৰ ফলত অসুবিধাৰ সন্মুখীন হয়। ই একেবাৰে সাধাৰণ যেন লাগিলেও কেতিয়াবা ই যথেষ্ট বিষায়। ইয়াৰ কাৰণ হৈছে নখৰ কাষৰ
Category: Assamese News
আপুনিও সেইসকল লোকৰ মাজৰ এজন নেকি যিসকলে গভীৰ টোপনীত কথা কয়, যদি হয় তেন্তে আপুনি সাৱধান হ’ব কাৰণ ই একপ্ৰকাৰৰ ৰোগ। এই ৰোগ কিয় আৰু কেনেকৈ হয়, এই সম্পৰ্কে জানো আহক। স্মৰ্তব্য যে টোপনিত কথা কোৱা এই ৰোগক পেৰাছ’মনিয়া বোলা হয়। শুই থকাৰ সময়ত মন আৰু শৰীৰৰ মাজত ভাৰসাম্যহীন অৱস্থাত
আলু আৰু পিঁয়াজ এই দুবিধ হ’ল মানুহৰ খাদ্যৰ তালিকাত এৰাব নোৱৰা সামগ্ৰী৷ পিঁয়াজৰ যিমান মূল্যবৃদ্ধি হলেও আমাৰ পাকঘৰত কিন্তু পিঁয়াজ নোহোৱাকৈ এদিনো নাথাকে৷ আজিৰ এই প্ৰতিবেদনত লৈ আহিছো পিঁয়াজৰ বিষয়ে কিছু নজনা কথা। পিঁয়াজ কেনেকৈ ব্যৱহাৰ হয় ? সাধাৰণতে মানুহে যি কোনো আঞ্জা বা ভাজি বনাবলৈ লওঁতে প্ৰথমে পিঁয়াজ
কি দৰে প্ৰাপ্ত হল-বীৰ হনুমানৰ অপাৰ শক্তি- ১/ভগৱান সূৰ্য্যই যেতিয়া-নিজৰ শক্তিৰ আধা ভাগ দি লৈ কলে-যেতিয়া হনুমানৰ শাস্ত্ৰ অধ্যয়ন কৰাৰ শক্তি আহিব,তেতিয়া মইয়ে-হনুমানক শাস্ত্ৰ জ্ঞান দিম।যাৰ দ্বাৰা হনুমান ভাল বক্তা হব।আৰু শাস্ত্ৰ জ্ঞানত হনুমানৰ সমান আন কোনো নহব। ২/ধৰ্মৰাজ যমে-হনুমানক বৰদান দিলে যে-হনুমান মোৰ দণ্ডৰ দ্বাৰা অবধ্য আৰু নিৰোগী হব।
গুৱাহাটী, ২৩ ছেপ্টেম্বৰ ঃচলিত দশম ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল) ৰ কাইলৈ গুৱাহাটীত নতুন ছিজনৰ প্ৰথমখন মেচ অনুষ্ঠিত হ’ব । সৰুসজাই ষ্টেডিয়ামৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত হ’বলগা কাইলৈৰ মেচখনত ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে মুম্বাই চিটী এফ চিৰ বিৰুদ্ধে খেলি ছিজনৰ আৰম্ভনি কৰিব। অৱশ্যে মুম্বাই দলৰো