Category: Assamese News

হাইলাকান্দিত ১২ বছৰ ধৰি আত্মগোপন কৰি থকা বাংলাদেশী আটক

হাইলাকান্দিত ১২ বছৰ ধৰি আত্মগোপন কৰি থকা বাংলাদেশী আটক

হাইলাকান্দিৰ লালা আৰক্ষীৰ জালত অবৈধ বাংলাদেশী ৷ নিজৰ পুত্ৰ বুলি পৰিচয় দি তাজ উদ্দিন নামৰ এজন ব্যক্তিয়ে ঘৰতেই আশ্ৰয় দিছিল এজন বাংলাদেশী যুৱকক ৷ ১২ বছৰে সকলোৰে চকুত ধূলি দি আশ্ৰয় লৈ থকা যুৱকজনৰ নাম এম ডি শ্যাম উদ্দিন ৷ ঘৰ বাংলাদেশৰ চিলেটত। মঙলবাৰে হাইলাকান্দিৰ লালা আৰক্ষী থানাৰ আৰক্ষীয়ে গোপন

চাবুৱাৰ জেৰাই গাঁৱত লোমহৰ্ষক হত্যাকাণ্ড

চাবুৱাৰ জেৰাই গাঁৱত লোমহৰ্ষক হত্যাকাণ্ড

চাবুৱাত লোমহৰ্ষক হত্যাকাণ্ড। সোমবাৰে নিশা ঘৰৰ চৌহদতে চাৰি দুৰ্বৃত্তই ধুমুচেৰে উপযুপৰি প্ৰহাৰ কৰি হত্যা কৰে ৷ এই নৃশংস হত্যাকাণ্ড সংঘটিত হয় চাবুৱাৰ জেৰাই গাঁৱত ৷ গাওঁ খনৰে নিবাসী মাধুৰ্য বৰুৱাৰ বাসগৃহত নিশা ডেৰ মান বজাত মুখবন্ধা চাৰিজনীয়া দুৰ্বৃত্তই দলে প্ৰৱেশ কৰি কোনো কথাৰ অৱতাৰণা নকৰি মাধুৰ্য বৰুৱাক শুৱাপাটিৰ পৰা জগাই

অচিৰেই এজেপিত যোগদানৰ সম্ভাৱনা বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈৰ

অচিৰেই এজেপিত যোগদানৰ সম্ভাৱনা বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈৰ

➡️শীৰ্ঘেই এজিপিত যোগদানৰ সম্ভাৱনা বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈ ৷ ➡️সোমবাৰে বোকাখাতৰ বাসগৃহত এজিপিৰ নেতৃত্বৰে মিলিত হৈছিল জিতেন গগৈ। ➡️এই বৈঠকতে প্ৰাক্তন বিধায়ক গৰাকীয়ে এজেপিত যোগদানৰ বিষয়টোৱে অগ্ৰাধিকাৰ পায়। ➡️জীতেন গগৈৰে হোৱা বৈঠকত উপস্থিত আছিল এজেপিৰ মুৰব্বী লুৰীণজ্যোতি গগৈ আৰু সম্পাদক চিত্তৰঞ্জন বসুমতাৰী সহ আন কে’বাজনো নেতা ৷

মুছলপুৰত ১০০ কোটি টকা লুণ্ঠন কৰি পলায়ন মহিলাৰ

মুছলপুৰত ১০০ কোটি টকা লুণ্ঠন কৰি পলায়ন মহিলাৰ

  ৰাজ্যত কেবাটাও অনলাইন ট্ৰেডিং চক্ৰই লুন্ঠনৰ জাল পেলাই ইতিমধ্যে প্ৰৱঞ্চনাৰে কোটি কোটি টকা আত্মসাৎ কৰাৰ খবৰে আলোড়ন সৃষ্টি কৰি থকা সময়তে এইবাৰ বাক্সা জিলাৰ মুছলপুৰতো এগৰাকী মহিলাই জমা ধন তিনি-চাৰিগুণ কৰি দিয়াৰ প্ৰলোভন দেখুৱাই প্ৰায় এশ কোটি টকা লুটি পলায়ন কৰা ঘটনাই স্তম্ভিত কৰি তুলিছে সকলোকে ৷ দীপাংকৰ বৰ্মন,

বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল সাংসদ ৰকিবুল হুছেইনৰ

বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল সাংসদ ৰকিবুল হুছেইনৰ

ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে নগাঁও সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে। বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে সাংসদ ৰকিবুল হুছেইনে। মঙলবাৰে দুপৰীয়া সাংসদ হুছেইনে নগাঁও সদৰ থানাত বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পিছত আৰক্ষীয়ে সাংসদ হুছেইনৰ বিবৃতি গ্ৰহণ কৰে। নগাঁৱৰ এখন অভিযাত হোটেলত আয়োজিত এক