সচিবালয় মুকলিৰ পূৰ্বে সামাজিক মাধ্যমত এক ভিডিঅ’ পোষ্ট কৰি মুখ্যমন্ত্ৰীয়ে লিখিছে,”অসমৰ জনসাধাৰণৰ একেবাৰে ওচৰত মই থাকিব বিচাৰোঁ৷ তাৰেই এক অংশ হিচাপে কিছু সময় পাছতে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় ৰাইজৰ বাবে উছৰ্গা কৰিম। আপোনালোকে জানি সুখী হ’ব যে ইয়ে আমাৰ উজনি অসমৰ জনসাধাৰণৰ সেৱাৰ সম্প্ৰসাৰণ ঘটাব আৰু সেই জিলাসমূহৰ বাবে আমি কৰা
Category: Assamese News
হিন্দু পঞ্জিকা অনুসৰি প্ৰতি মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তিথিত গণেশ চতুৰ্থী পালন কৰা হয় ৷ ভাদ মাহত গণেশ চতুৰ্থীৰ পৰা অনন্ত চতুৰ্দশীলৈকে ভগৱান গণেশক পূজা কৰা হয় ৷ ১০ দিনৰ বাবে গণপতি বাপ্পা ৰীতি-নীতি অনুসৰি পূজা কৰা হয় ৷ গণপতি বাপ্পাৰ পণ্ডালৰ ভৱিষ্যৎ বহু ঠাইত দেখা যায় ৷ এই ১০
নিউজ ব্যুৰ’,নগাঁও,৫ছেপ্টেম্বৰ:–নগাঁও জিলাৰ উত্তৰ পেটবঢ়াৰ স্বৰ্গীয় ধনীৰাম শইকীয়া জাতীয় বিদ্যালয়ৰ আজি শিক্ষক দিৱস উপলক্ষে বিদ্যালয় পৰিচালনা সমিতি আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগত এখনি গুৰুসেৱা সভা অনুষ্ঠিত হয়। অৱসৰপ্ৰাপ্ত শিক্ষক মলিন চন্দ্ৰ নাথে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ পাছতে শিক্ষাবিদ ক্ষিতিকান্ত বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিদ্যালয়ৰ প্ৰধান শিক্ষক দেৱকান্ত শইকীয়াৰ বিশেষ
নিউজ ব্যুৰ’,নগাঁও,৫ছেপ্টেম্বৰ:–নগাঁও জিলাৰ ৰাইডঙীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি শিক্ষক দিৱসৰ পবিত্ৰ দিনটোত বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। কৰচুং উদয় চন্দ্ৰ শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত ৰাইডঙীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মৃগাংক দাসৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তা ৰূপে অসম উন্নতি সভাৰ উপ-সভাপতি অমৰজিৎ গোস্বামীয়ে জন্মদাত্ৰী মাতৃ, মাতৃভাষা আৰু মাতৃভূমিৰ প্ৰতি
নগাঁৱৰ আৰবান হাইস্কুলত নৱ নিৰ্মিত সভাগৃহ উদ্বোধন,২৫০০ গৰাকী শিক্ষাগুৰুক সম্বৰ্ধনা বিধায়ক ৰূপক শৰ্মাৰ
নিউজ ব্যুৰ’,নগাঁও,৫ছেপ্টেম্বৰ:–নগাঁও চহৰৰ চৰকাৰী খণ্ডৰ আগশাৰীৰ শিক্ষানুষ্ঠান পি এম শ্ৰী চৰকাৰী আৰবান হাইস্কুলৰ ৰাষ্ট্ৰপতি পুৰষ্কাৰপ্ৰাপ্ত প্ৰাক্তন প্ৰধান শিক্ষক প্ৰয়াত বলেন্দ্ৰ নাথ শৰ্মাৰ স্মৃতিত এটি নৱ নিৰ্মিত সভাগৃহ আজি উদ্বোধন কৰা হয়। শিক্ষাবিদ গৰাকীৰ নামত উৎসৰ্গা কৰা সভাগৃহটি উদ্বোধন কৰি প্ৰয়াত শিক্ষাবিদগৰাকীৰ পুত্ৰ নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই গৌৰৱবোধ কৰা বুলি