🔷 পৰিৱেশ আৰু বন বিভাগৰ আনুষ্ঠানিক নিৰ্দেশনা জাৰি 🔷 প্লাষ্টিকমুক্ত কৰাৰ লক্ষ্যৰে লোৱা হৈছিল এই সিদ্ধান্ত 🔷 এই সিদ্ধান্তৰ পিছতেই সৃষ্টি হৈছিল ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া 🔷 ২ অক্টোবৰৰ পৰা দোকানে দোকানে চলিব অভিযান 🔷 ১০ টকীয়া পানী বটল বিক্ৰী কৰিলে পৰিব বিপদত
Category: Assamese News
মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৰা মন্তব্য আৰু অপমানৰ বিষয়ে অমিত শ্বাহক অৱগত কৰিলে বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ৰাজেন গোঁহায়ে ৫ দিন দিল্লীত বাহৰ পতাৰ অন্তত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সাক্ষাত দিয়ে নগাঁৱৰ প্ৰাক্তন সাংসদগৰাকীক। শ্বাহক সাক্ষাতৰ পাছতেই নতুন দিল্লীত গোহাঁয়ে সাংবাদিকক কয় যে, অমিত শ্বাহে তেওঁৰ মনৰ কথা শুনিলে। দলটো শক্তিশালী কৰাৰ
অৰুণাচল প্ৰদেশৰ পৰশুৰাম কুণ্ডত সন্ধানহীন কাকপথাৰৰ তিনিজন লোক। নদীত সন্ধানহীন ব্যৱসায়ী মনোজ শ্বাহ, পত্নী সুভা শ্বাহ আৰু মাতৃ লীলাৱতী দেৱী। পুৱা পৰশুৰাম কুণ্ড দৰ্শনৰ বাবে গৈছিল পৰিয়ালটো। একেটা পৰিয়ালৰ ৩ গৰাকীকৈ লোকে নদীত পৰি সন্ধান হীন হোৱা খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে কাকপথাৰত। ঘটনা স্থলীলৈ ৰাওনা হৈছে পৰিয়ালৰ লোক।
🔷 নগাঁও জিলাৰ কঠীয়াতলীৰ নেতাজী সুভাষচন্দ্ৰ বসু আৱাসিক বিদ্যালয়ৰ ঘটনা। 🔷 সন্ধানহীন নগাঁও খৃীষ্টানবস্তীৰ প্ৰাচুৰ্য পালিত বৰা (১৪) আৰু লুটুমাৰী গাঁওৰ মানব বড়ো (১৩)। 🔷 বিগত ১৯ আগষ্টৰ পৰা সন্ধান নাই ছাত্ৰ দুজনৰ। 🔷 এই সম্পৰ্কত যিকােনাে তথ্যৰ থাকিলে যোগাযোগ কৰক ৯০৮৫০১৮৯১৮, ৮৬৩৮১৬৩১৪৬ নম্বৰত।
ISRO ৰ বিজ্ঞানীসকলক সাক্ষাৎ কৰাৰ উদ্দেশ্যে অহা 26 আগষ্ট, শনিবাৰে বেংগালুৰুত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ কেন্দ্ৰীয় মন্ত্ৰী শোভাকাৰান্দলাজে জানিবলৈ দিয়ে এই কথা ৷ অৱশ্যে এতিয়ালৈ প্ৰধানমন্ত্ৰী মোদীৰ আগমনৰ উপলক্ষে কোনো ৰোড শ্ব’ অথবা অন্য অনুষ্ঠানৰ আয়োজন কৰা হোৱা নাই ৷ মোদীৰ কৰ্ণাটক ভ্ৰমণৰ বিষয়ে অৱগত কৰি কেন্দ্ৰীয় মন্ত্ৰী