Category: Assamese News

মহানগৰীত নিশা ব’লব’মৰ ভক্ত কঢ়িওৱা টেম্প’ দুৰ্ঘটনাগ্ৰস্ত।

মহানগৰীত নিশা ব’লব’মৰ ভক্ত কঢ়িওৱা টেম্প’ দুৰ্ঘটনাগ্ৰস্ত।

মহানগৰীত নিশা ব’লব’মৰ ভক্ত কঢ়িওৱা টেম্প’ দুৰ্ঘটনাগ্ৰস্ত। নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে টেম্প’খন। নতুন বিধান সভা চৌহদৰ সমীপত এই দুৰ্ঘটনা। দুৰ্ঘটনাত বাহনখনত থকা আটাইকেইজন যাত্ৰী আহত। বাহনখনত আছিল প্ৰায় ১২জনকৈ ভক্ত।

এছিয়াৰ ভিতৰতে বৰ্ষীয়ান হাতী বিজুলী প্ৰসাদ আৰু নাই

এছিয়াৰ ভিতৰতে বৰ্ষীয়ান হাতী বিজুলী প্ৰসাদ আৰু নাই

এছিয়াৰ ভিতৰতে বৰ্ষীয়ান হাতী বিজুলী প্ৰসাদ আৰু নাই। বৃহৎ চাহ গোষ্ঠী জৰ্জ উলিয়ামচন মেগৰ কোম্পানীৰ প্ৰতীক আছিল এই ঘৰচীয়া হাতীটো।পোৱালি অৱস্থাতে ৩০/৪০ দশকত দিকৰাইৰ পৰা বৰগাং চাহ বাগিচালৈ আনিছিল বিজুলী

”গুলী কৰি দিম”- ফেচনিষ্ট উৰ্ফী জাভেদে পালে মৃত্যুৰ ভাবুকি, বাঢ়িছে মৃত্যুভয়!

”গুলী কৰি দিম”- ফেচনিষ্ট উৰ্ফী জাভেদে পালে মৃত্যুৰ ভাবুকি, বাঢ়িছে মৃত্যুভয়!

উদ্ভট সাজসজ্জাৰে ফটোশ্বুট কৰি জনপ্ৰিয় হৈ পৰা উৰ্ফি জাভেদলৈ আহিল ভাবুকি। ফেশ্বনিষ্ট উৰ্ফি জাভেদ– যিয়ে মায়ানগৰীৰ অন্যতম জনপ্ৰিয় তাৰকা, তেওঁ সদায় নেটদুনিয়াত অদ্ভুত কাপোৰ পিন্ধি অনুৰাগীক আচৰিত কৰি তোলে। তেওঁ

খেতিপথাৰত মুকলি ৰীমা দাসৰ চলচ্চিত্ৰ ‘তৰা’ছ হাছবেণ্ড’ৰ পষ্টাৰ, ২২ ছেপ্টেম্বৰত আহিব ছবিগৃহলৈ

খেতিপথাৰত মুকলি ৰীমা দাসৰ চলচ্চিত্ৰ ‘তৰা’ছ হাছবেণ্ড’ৰ পষ্টাৰ, ২২ ছেপ্টেম্বৰত আহিব ছবিগৃহলৈ

খ্যাতনামা চলচ্চিত্ৰ পৰিচালক ৰীমা দাসৰ (Filmmaker Rima Das) শেহতীয়া চলচ্চিত্ৰ ‘তৰা’ছ হাছবেণ্ড’ (Tora’s Husband) অহা ২২ ছেপ্টেম্বৰত ছবিগৃহলৈ আহিব। আজি দেওবাৰে ছয়গাঁও থানা এলেকাৰ দগাঁও কটহী গাঁৱত ‘তৰা’ছ হাছবেণ্ড’ৰ মুখ্য

বহু বিস্ফোৰণ ঘটাই অমিত শ্বাহক সাক্ষাৎ কৰিবলৈ দিল্লীলৈ ৰাওনা ৰাজেন গোহাঁই

বহু বিস্ফোৰণ ঘটাই অমিত শ্বাহক সাক্ষাৎ কৰিবলৈ দিল্লীলৈ ৰাওনা ৰাজেন গোহাঁই

দিল্লীযাত্ৰাৰ পূৰ্বে নগাঁৱত বিয়লি বহু বিস্ফোৰক মন্তব্য আগবঢ়াই থৈ গ’ল ৰাজেন গোহাঁইয়ে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজেন গোঁহাইলৈ সাতবাৰকৈ ফোন কৰি অমিত কুমাৰ শ্বাহক সাক্ষাৎ কৰিবলৈ কোৱাৰ পিছত দেওবাৰে