🔷 শিক্ষকে পিন্ধিব লাগিব FORMAL DRESS 🔷 শিক্ষকৰ বাবে ধাৰ্য ফৰ্মেল ছাৰ্ট-পেণ্ট, ধূতি-পায়জামা 🔷 শিক্ষকে পিন্ধিব নোৱাৰিব CASUAL DRESS 🔷 পিন্ধিব নোৱাৰিব জিনছ, টি-ছাৰ্ট, প’ল’ আদি 🔷 শিক্ষয়িত্ৰীয়েও পিন্ধিব লাগিব
Category: Assamese News
গুৰুতৰভাৱে আহত দুয়োজন শ্ৰমিক। সোমবাৰে সংঘটিত হৈছে এই ঘটনা। কৰ্মৰত অৱস্থাতে বিদ্যুৎস্পৃষ্ট হয় দুয়োগৰাকী শ্ৰমিক। অতি সংকটজনক অৱস্থাত ততাতৈয়াকৈ চিকিৎসালয়লৈ প্রেৰণ কৰা হয় দুয়োকে। শ্ৰমিক দুজন মোছা আলম আৰু নবী
জামুগুৰিহাটৰ ঘটনা। বেমাৰী মাকৰ শুশ্ৰুষা কৰিবলৈ পিতৃগৃহত থকা পত্নীক হত্যা কৰি আৰক্ষীৰ জালত দিলোৱাৰ হুছেইন। গ্ৰেপ্তাৰ কৰা দিলোৱাৰক হাতত তুলি দিয়াৰ দাবীৰে জামুগুৰি থানা ঘেৰাও কৰি মৰিসুঁতিৰ ৰাইজে সাব্যস্ত কৰিলে
মানুহে আন্ধাৰতো সুখ বিচাৰিব পাৰে যদিহে তেওঁ নিজেই বিচাৰে ৷ যদি আপোনাৰ সংগীয়েও পোহৰত যৌন সম্পৰ্ক স্থাপন কৰিবলৈ নিবিচাৰে বা পোহৰত তেওঁ নিজৰ শৰীৰটো দেখুৱাবলৈ নিবিচাৰে, তেনে ক্ষেত্ৰতো বহু কাৰণ
লিভাৰে আমাৰ শৰীৰৰ বাবে ৫০০ তকৈও অধিক কাম সম্পন্ন কৰে। সেইকাৰণে ইয়াক শৰীৰৰ কেন্দ্ৰীয় নিয়ন্ত্রক বুলিও জনা যায় আৰু ইয়াত হোৱা সৰু-সুৰা অসুবিধাৰ ফলত বিভিন্ন ধৰণৰ স্বাস্থ্য সমস্যাই দেখা দিয়ে