🔴গৃহৰক্ষী জোৱান হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ🔴২০১৮ চনত গোসাঁইগাঁৱত গৃহৰক্ষী জোৱানক হত্যা কৰা অভিযুক্তজনক গ্ৰেপ্তাৰ🔴আত্মগোপন কৰি থকা অৱস্থাত চাপৰৰ চৰুৱা বাকৰাৰ পৰা গ্ৰেপ্তাৰ হানিফ আলী খানক
Category: Assamese News
🔹ধন দাবী কৰি আৰক্ষীৰ জালত KLOৰ ৩ সদস্য। শক্তি আশ্ৰমৰ ব্যৱসায়ীক WhatsAppযোগে ধন দাবী কৰি আটক প্ৰণৱ ৰায়, মনদ্বীপ ৰায় আৰু নৱজ্যোতি ৰায়।
গোলাঘাট আৰক্ষীৰ জালত ৫টাকৈ গভাইত চোৰ। আৰক্ষীয়ে জব্দ কৰে ২ লক্ষাধিক টকাসহ বলেৰো বাহন। বৰটিং তিনিআলিৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত আটায়ে চলাইছিল লুট। লুটি নিছিল ডেৰ লক্ষাধিক টকা, বহু সামগ্ৰী, বেংক
‘কটনৰ সন্মুখত নহ’ব খাও গলী’। মন্তব্য মেয়ৰ মৃগেন শৰণীয়াৰ । কটন বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ সুস্থিৰ ৰখাৰ বাবে এই সিদ্ধান্ত। কটনৰ ছাত্ৰ সমাজৰ অভিযোগৰ পাছতে এই সিদ্ধান্ত GMCৰ।
🔹তেজপুৰ কছাৰীগাঁৱত চিকিৎসকৰ আত্মহননৰ ঘটনা। ডা° ৰৌনক প্ৰজাপত নামৰ চিকিৎসকৰ চূড়ান্ত সিদ্ধান্ত। জন মিছামাৰী উপস্বাস্থ্যকেন্দ্ৰত কৰ্মৰত আছিল চিকিৎসকগৰাকী। মাতৃৰ সৈতে ভাড়াঘৰত আছিল চিকিৎসকগৰাকী।