Category: Assamese News

নগাঁৱৰ বটদ্ৰৱাৰ শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন

নগাঁৱৰ বটদ্ৰৱাৰ শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন

নিউজ ব্যুৰ’,নগাঁও,২১আগষ্ট:–গ্ৰাম্যাঞ্চলৰ সমাজ ব্যৱস্থাক শিক্ষাৰ মাধ্যমৰে গঢ় দিয়াৰ মানসেৰে ১৯৮৯ চনত কেইজনমান বিশিষ্ট ব্যক্তিৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল নগাঁও জিলাৰ বটদ্ৰৱাৰ শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয় । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত

কাৰ্বি আংলঙৰ হাওৰাঘাটৰ যুৱক ৰূপাল নমঃশূদ্ৰ সন্ধানহীন

কাৰ্বি আংলঙৰ হাওৰাঘাটৰ যুৱক ৰূপাল নমঃশূদ্ৰ সন্ধানহীন

নিউজ ব্যুৰ’,নগাঁও,২০আগষ্ট:–কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ অধীনত থকা উত্তৰ বৰবিল উপ আৰক্ষী থানৰ অন্তৰ্গত ৪ নং ৰংকুট গাঁৱৰ এজন যুৱক নিৰুদ্দেশ হৈ আছে। বলৰাম নম:শূদ্ৰৰ পুত্ৰ ৰূপাল নম:শূদ্ৰ নামৰ যুৱকজন

ৰাজ্যত নিষিদ্ধ হ’ব বহুবিবাহ

ৰাজ্যত নিষিদ্ধ হ’ব বহুবিবাহ

🔵 ইতিমধ্যে দাখিল বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন 🔵 মুখ্যমন্ত্ৰীক প্ৰতিবেদন দিলে বিশেষজ্ঞ সমিতিয়ে 🔵 প্ৰতিবেদনৰ পিছতে তৎপৰ ৰাজ্য চৰকাৰ 🔵 সাধাৰণ জনতাৰ পৰামৰ্শ বিচাৰিছে ৰাজ্য চৰকাৰে 🔵 গৃহ আৰু ৰাজনৈতিক বিভাগক

হানী ট্ৰেপিঙৰ পৰা সাৰি নগ’ল IPS বিষয়াও, ৫০ লাখ টকা বিচাৰি ব্লেকমেইল

হানী ট্ৰেপিঙৰ পৰা সাৰি নগ’ল IPS বিষয়াও, ৫০ লাখ টকা বিচাৰি ব্লেকমেইল

এইবাৰ হানী ট্ৰেপিঙৰ পৰা সাৰি নগ’ল IPS বিষয়াও৷ ৰাজস্থানৰ জয়পুৰত এগৰাকী IPS বিষয়াক এগৰাকী মহিলা চিকিৎসকে বিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰি ব্লেকমেইল কৰাৰ ভয়ংকৰ খবৰ পোহৰলৈ আহিছে ৷ মহিলাগৰাকীয়ে বিষয়াগৰাকীক

উৰন্ত বিমানত অঘটন! বিমানৰ ভিতৰতে যাত্ৰীৰ তেজ বমি; জৰুৰী অৱতৰণৰ পাচত মৃত্যু

উৰন্ত বিমানত অঘটন! বিমানৰ ভিতৰতে যাত্ৰীৰ তেজ বমি; জৰুৰী অৱতৰণৰ পাচত মৃত্যু

ইণ্ডিগোৰ এখন বিমানে নাগপুৰ বিমানবন্দৰত জৰুৰীকালীনভাৱে অৱতৰণ কৰিবলগীয়া হয় ৷ বিমানখনত থকা এজন যাত্ৰীৰ স্বাস্থ্যৰ অৱস্থা হঠাৎ অৱনতি ঘটাৰ ফলত বিমানখনে জৰুৰীভাৱে অৱতৰণ কৰে ৷ জানিব পৰা মতে বিমান যাত্ৰীগৰাকীৰ