🔴নিশা জখলাবন্ধাত STFৰ অভিযান🔴অভিযানত উদ্ধাৰ জন্তুৰ দেহৰ কিছু অংশ🔴হাতীৰ দাঁত, গঁড়ৰ নখ, হৰিণাৰ শিঙসহ লাওখোলা উদ্ধাৰ🔴অভিযানত উদ্ধাৰ হৈছে বনৰৌৰ দেহৰ কিছু অংশও🔴জখলাবন্ধাৰ এটা ঘৰৰ পৰা উদ্ধাৰ সামগ্ৰীসমূহ🔴অভিযানত আটক কৰিছে ৫জনক
Category: Assamese News
SI জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰথমটো গোচৰৰ অভিযোগনামা দাখিল লখিমপুৰত ৰুজু হোৱা ৯৬/২০২৩ গোচৰৰ অভিযোগনামা দাখিল। অভিযোগনামাত ৪টা অভিযুক্তৰ নাম উল্লেখ CBIৰ। অভিযুক্তকেইটা নুৰ মহম্মদ, আজিজুৰ ৰহমান, ৰিয়াজুল ইছলাম, মজিবুৰ ৰহমান।
তিনিটাকৈ সন্তানক এৰি নিশা ঘৰৰ পৰাই নিৰুদ্দেশ হ’ল জানমণি। মেৰাপানীৰ ভেলৌগুৰিৰ ২৭ বছৰীয়া জানমণি ওৰফে মল্লিকা চুলতানা আহমেদ যোৱা ১৯ আগষ্টৰ পৰা নিৰুদ্দেশ হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। পৰকীয়া প্ৰেমৰ
নিউজ ব্যুৰ’,নগাঁও,২২আগষ্ট:–পশ্চিম কাৰ্বি আংলং জিলাত সোমবাৰে উন্মোচন কৰা হয় এখনি তিৱা ভাষাৰ ব্যাকৰণ । ৱেষ্টাৰ্ণ ৱাশ্বিংটন ইউনিভাৰচটি এচছিয়েট প্ৰফেছৰ ড° ভাৰ্জিনিয়া দাউচনৰ দ্বাৰা ৰচনা কৰি উলিওৱা “Introduction to Tiwa Grammar”
নিউজ ব্যুৰ’,নগাঁও,২২আগষ্ট:–গুৱাহাটীৰ শিশু নাট্য বিদ্যালয়ে বিদ্যালয়খনৰ ৰূপালী জয়ন্তী উপলক্ষে যোৱা ১৯ আৰু ২০আগষ্টত অসমৰ তিনিটা মণ্ডলত আয়োজন কৰা তেজপুৰ মণ্ডলৰ সদৌ অসম ভিত্তিত শিশু নাট প্ৰতিযোগিতাৰ সফল সামৰণি পৰিছে ।