মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই অলপতে লোকসভাত উত্থাপন কৰে পথৰুঘাটৰ ৰাষ্ট্ৰীয় কৃষক ছহিদ স্মাৰক বিল। এই বিলৰ সমর্থনত সাংসদগৰাকীয়ে কয় যে, অসমৰ দৰং জিলাৰ পথৰুঘাটৰ হোজা কৃষকসকলে ব্ৰিটিছ শাসকে মাটিৰ খাজনা
Category: Assamese News
কনজাংটিভাইটিছ(Conjunctivitis) : আমাৰ চকুৰ সন্মুখৰ বগা অংশ ঢাকি থোৱা আৰু চকুৰ পটাৰ ভিতৰৰ ভাগত এখন পাতল অৱৰণ থাকে যাক কনজাংটাইভা বুলি কোৱা হয়৷ এই আৱৰণৰ স’ক্ৰমণক কনজাংটিভাইটিছ (conjunctivitis) বুলি কোৱা
কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ দামৰাপাৰা নিৱাসী তথা ব্যৱসায়ী নাৰায়ন দে’ক(৪২) বুধবাৰে কোকৰাঝাৰ বিশেষ আদালতৰ জে . কোচৰ আদালতে ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড লগতে ২০ হাজাৰ টকাৰ জৰিমনা বিহে । ইয়াৰোপৰি
ঘৰত বনকৰা হিচাপে নাবালক-নাবালিকা নিয়োজিত কৰা লোকসকলৰ বিৰুদ্ধে গুৱাহাটী জিলা প্ৰশাসন তৎপৰ হৈ পৰিছে ৷ বচপন বচাও আন্দোলন’ নামৰ সামাজিক সন্থাটোৰ অভিযোগৰ ভিত্তিত সংগঠনটোৰ সহযোগত মঙলবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে
মহানগৰীৰ হাতীগাঁৱত দুটি শিশুক যৌন নির্যাতন চলোৱা এক ভয়াৱহ ঘটনা পোহৰলৈ আহিছে। একেটা চৌহদতে ভাৰাতীয়া হিচাপে থকাৰ সুযোগ লৈ দুটি শিশুক শুকুৰ আলীয়ে প্রায় এমাহ ধৰি যৌন নির্যাতন চলাই আহিছিল।