নিউজ ব্যুৰ’,নগাঁও,৯আগষ্ট:–লামডিঙত সক্ৰিয় হৈ পৰিছে ৰেলৱে সামগ্ৰী সৰবৰাহকাৰী চক্ৰ। শুকুৰবাৰে ৰেল সুৰক্ষা বাহিনী (আৰ পি এফ)ৰ চি আই বি দলে অভিযান চলাই লামডিঙৰ বৰলংফাৰৰ পৰা গুৱাহাটী অভিমুখে যোৱা এখন ট্ৰাকৰ পৰা ৩১টন চোৰাং লোহা জব্দ কৰে । ঘটনা সংক্ৰান্তত ইতিমধ্যে ৫জন লোকক আটক কৰিছে ৰেল সুৰক্ষা বাহিনীয়ে ।ঘটনাৰ বিৱৰণী মতে
Category: Assamese News
নিউজ ব্যুৰ’,নগাঁও,৯আগষ্ট:–কন্যা শিশুক শিক্ষাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দি উৎসাহিত কৰাৰ লগতে বাল্য বিবাহৰ বিৰুদ্ধে যুঁজ দিয়াৰ উদ্দেশ্যেৰে অসম চৰকাৰে এক বিশেষ আঁচনি গ্ৰহণ কৰিছে। “মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি” শীৰ্ষক আঁচনিখন বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক স্তৰত আনুষ্ঠানিক মুকলি কৰে। নগাঁৱতো কালি উক্ত আঁচনিখনৰ আনুষ্ঠানিকভাৱে মুকলি কৰে নগাঁও-বটদ্ৰৱা সমষ্টিৰ
নিউজ ব্যুৰ’,নগাঁও,৯আগষ্ট:–নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগ আৰু মহিলা আৰু শিশু বিভাগ,নগাঁৱৰ সহযোগত তোদী ফাউণ্ডেচন, জয়পুৰ ফুড কেম্প,ভগৱান মহাবীৰ বিকলাংগ সহায়তা সমিতিৰ সৌজন্যত দিব্যাঙ্গসকলৰ সহায়ক সঁজুলিসমূহৰ বিনামূলীয়া বিতৰণ কাৰ্যসূচী ৮আগষ্টৰ পৰা ১৯আগষ্টলৈকে নিম্ন উল্লেখিত স্থানসমূহত বিতৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে। জুৰীয়া আই. চি. ডি. এছ. প্ৰজেক্টৰ অন্তৰ্গত
নগাঁৱৰ বটদ্ৰৱাৰ শংকৰদেৱ মহাবিদ্যালয়়ত “মহিলা সবলীকৰণ আৰু ডিজিটেল উদ্ভাৱন” শীৰ্ষক আলোচনাচক্ৰ সম্পন্ন
নিউজ ব্যুৰ’,নগাঁও,৯আগষ্ট:–নগাঁও জিলাৰ বটদ্ৰৱাৰ শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগ, অসমীয়া বিভাগ,শিক্ষা বিভাগ আৰু ইংৰাজী বিভাগৰ উদ্যোগত আৰু মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিয়ন্ত্ৰণ কোষৰ সহযোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে “মহিলা সবলীকৰণ আৰু ডিজিটেল উদ্ভাৱন”(women empowerment and digital innovation) শীৰ্ষক বিষয়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ আৰম্ভ হৈছে। ভাৰতীয় সমাজ বিজ্ঞান গৱেষণা পৰিষদ(The Indian Council
নিউজ ব্যুৰ’,নগাঁও,৮আগষ্ট:-নগাঁও জিলাৰ ডিমৌৰ পূৱ শালমৰাৰ প্ৰাক্তন ছাত্রনেতা পাৰ্থজ্যোতি মেধি (৪০)ৰ আজি আদ্যশ্ৰাদ্ধ উপলক্ষে ফুলগুৰি আঞ্চলিক কবি সন্মিলনৰ উদ্যোগত ছাত্র নেতা গৰাকীৰ স্মৃতিচাৰণ সভা সম্পন্ন হয়। সভাত প্ৰাক্তন মন্ত্ৰী উমেশ চন্দ্ৰ দাসে মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি কয় যে মানৱ জীৱন বৰ অনুপম। জন্ম মৃত্যু শাশ্বত যদিও অকল্পনীয়। তেওঁ কয় যে