বেক্টেৰিয়াৰ সংক্ৰমণৰ বাবে কেইবাদিনো ধৰি নিউয়ৰ্ক চহৰৰ এখন চিকিৎসালয়ত ভৰ্তি হৈ আছে গায়িকাগৰাকী। গায়িকাগৰাকীৰ মেনেজাৰ গাই ওজাৰীয়ে প্ৰকাশ কৰা অনুসৰি মেডোনাৰ অৱস্থা পূৰ্বতকৈ ভাল হৈছে যদিও সম্পূৰ্ণ সুস্থ হ’বলৈ সময়
Category: Assamese News
🔷 ৰাজ্যৰ উপায়ুক্তসকললৈ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ বিশেষ নিৰ্দেশনা। 🔷 মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ পূৰ্বে অনুষ্ঠান আয়োজকে আৰম্ভ কৰিব লাগিব বন্তি প্ৰজ্বলন অনুষ্ঠান। 🔷 মুখ্যমন্ত্ৰীক গামোচা, ফুল আদিৰে সম্বৰ্ধনা বন্ধ কৰাৰ নিৰ্দেশ।
যান-বাহনৰ কৰ আদায়ৰ ডেডলাইন দিলে পৰিবহণ বিভাগে। ৩০জুনৰ ভিতৰত আদায় দিব লাগিব যান-বাহনৰ কৰ। ১জুলাইৰ পৰা পৰিবহণ বিভাগে চলাব অভিযান।
ছিপাঝাৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা। পথ এৰি পথাৰত সোমাল তীব্ৰবেগী বাছ। আহত ১৫ গৰাকী যাত্ৰী।
হিন্দু পুৰাণ অনুযায়ী শাওণ মাহ বছৰৰ এক প্ৰৱিত্ৰ মাহ। বছৰৰ আন সময়ত শিৱ উপাসনা কৰিলে যি ফল লাভ হয়, তাতকৈ এই শাওণ মাহত শিৱ ব্ৰট পালন কৰিলে ১০৮ গুণ অধিক