Advertisement

পৱিত্ৰ ঈদৰ দিনাই মক্কাত শেষ নিশ্বাস ত্যাগ লখিমপুৰৰ ছফিক আহমেদৰ

🔴 পবিত্ৰ ঈদৰ দিনাই মক্কাত মৃত্যু অসমৰ এগৰাকী হজ যাত্ৰীৰ।
🔴 মৃত হজ যাত্ৰীগৰাকী লখিমপুৰ কেহুতলিৰ ছফিক আহমেদ (৬৬)।
🔴 মক্কাৰ আৰফাৰ ময়দানত মৃত্যু অৱসৰপ্ৰাপ্ত শিক্ষক ছফিক আহমেদৰ।

Shahnawaz Hamza

Related