Category: English News

গুৱাহাটীত তিনিদিনীয়াকৈ আৰম্ভ হ’ল তৃতীয় নৰ্থ ইষ্ট টি-এছ-ডি ৰেলী

গুৱাহাটীত তিনিদিনীয়াকৈ আৰম্ভ হ’ল তৃতীয় নৰ্থ ইষ্ট টি-এছ-ডি ৰেলী

৪০ খন গাড়ী, এটা লক্ষ্য। অচিন পথেৰে নিৰ্ধাৰিত গতিবেগত ৰোমাঞ্চকৰ যাত্ৰা। পথ সুৰক্ষা সম্পৰ্কে সজাগতাৰ উদ্দেশ্যৰে গুৱাহাটীৰ পৰা কাজিৰঙালৈ এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক কাৰ ৰেলী। এয়া গতিবেগৰ প্ৰতিযোগিতা নহয়, প্ৰতিযোগিতা