Category: English News

হিমাচল প্ৰদেশত আইনগতভাৱেই ভাং খেতি কৰা হ’ব; শুকুৰবাৰে ৰাজ্য বিধানসভাত গৃহীত হয় এই প্ৰস্তাৱ

হিমাচল প্ৰদেশত আইনগতভাৱেই ভাং খেতি কৰা হ’ব; শুকুৰবাৰে ৰাজ্য বিধানসভাত গৃহীত হয় এই প্ৰস্তাৱ

বিধানসভা সমিতিয়ে পৰামৰ্শসহ এখন প্ৰতিবেদন দাখিল কৰিছিল। তাত চিকিৎসা আৰু উদ্যোগিক ক্ষেত্ৰৰ প্ৰয়োজনত ভাং খেতি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল। ইয়াৰ পিছতে এই প্ৰস্তাৱ বিধানসভাত গৃহীত হয়। এই সমিতিৰ নেতৃত্বত আছিল হিমাচলৰ