Category: English News

চৰাইবাহীত মহাবাহু এগ্ৰো ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

চৰাইবাহীত মহাবাহু এগ্ৰো ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

নিউজ ব্যুৰ’,নগাঁও,২৫আগষ্ট:–মৰিগাঁও জিলাৰ কপিলী উন্নয়ন খণ্ডৰ অন্তৰ্গত চৰাইবাহীৰ মহাবাহু এগ্ৰ’ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি ৰবিবাৰে পালন কৰা হয়। এই উপলক্ষে চৰাইবাহী গাঁও পঞ্চায়ত কাৰ্যালয়ত অনুষ্ঠিত মহাবাহু